Rupaliparda.com
মুক্তি পালে "মলংগ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 1

মুক্তি পালে “মলংগ” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ

বলীউড অভিনেতা আদিত্য ৰয় কাপুৰ আৰু অভিনেত্ৰী দিশা পাটানী অভিনীত “মলংগ” ছবিখনৰ মুক্তি পালে ফাৰ্ষ্ট লুক পোষ্টাৰ। মোহিত সুৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ কেইবাদিনো আগৰ পৰাই শ্বুটিঙৰ সময়ছোৱাৰ বিভিন্ন ফটো তথা ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিল।


“মলংগ” ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুক্তি লাভ কৰাৰ পিছতেই ই ভাইৰেল হৈ পৰিছে। কিছুদিন পূৰ্বে পানীৰ তলত আদিত্য আৰু দিশাক ছবিখনত চুম্বনৰ এটা দৃশ্যৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল।

মুক্তি পালে "মলংগ" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ 2


“মলংগ” ছবিখনত আদিত্য আৰু দিশাৰ বাহিৰে অনিল কাপুৰ আৰু কুণাল খেমু আদি তাৰকা সমূহে অভিনয় কৰিছে।

Add comment

Leave a Reply