Rupaliparda.com
অভিনয়, নৃত্য ও ফিটব'ডিৰে দৰ্শকক মুগ্ধ কৰা অভিনেত্ৰী তনভীৰ জন্মদিনঃ 1

অভিনয়, নৃত্য ও ফিটব’ডিৰে দৰ্শকক মুগ্ধ কৰা অভিনেত্ৰী তনভীৰ জন্মদিনঃ

অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় এগৰাকী শিল্পী হৈছে তনভী শৰ্মা। অভিনয়ৰ লগতে নৃত্যৰ ক্ষেত্ৰতো এই গৰাকী অভিনেত্ৰীৰ নাম লেখত ল’বলগীয়া। চচিয়েল মিডিয়াত প্ৰায়ে একটিভ হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে আজি উদযাপন কৰিছে তেওঁৰ জন্মউৎসৱ।

অভিনয়, নৃত্য ও ফিটব'ডিৰে দৰ্শকক মুগ্ধ কৰা অভিনেত্ৰী তনভীৰ জন্মদিনঃ 2
অভিনয়, নৃত্য ও ফিটব'ডিৰে দৰ্শকক মুগ্ধ কৰা অভিনেত্ৰী তনভীৰ জন্মদিনঃ 3


তনভীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত তেওঁৰ জন্মদিনৰ কেকৰ বিভিন্ন ফটো অনুৰাগীৰ মাজত পোষ্ট কৰে। অভিনেত্ৰী গৰাকীয়ে অসমীয়া ভিচিডি তথা থিয়েটাৰতো অভিনয় কৰি দৰ্শকক আকৰ্ষিত কৰিছে। নিজ ইউটিউব চেনেলত তনভীয়ে নিজে কৰিঅ’গ্ৰাফ কৰা কিছু নৃত্যৰ ভিডিঅ’ দৰ্শকৰ মাজৰ উলিয়াই দি প্ৰশংসিতও হৈছে।

অভিনয়, নৃত্য ও ফিটব'ডিৰে দৰ্শকক মুগ্ধ কৰা অভিনেত্ৰী তনভীৰ জন্মদিনঃ 4


অভিনেত্ৰী গৰাকীৰ জন্মদিনত ৰূপালী পৰ্দাৰ ফালৰ পৰা তেওঁলৈ জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.