Rupaliparda.com
পাহাৰৰ উচ্চতালৈ গৈ সুখী হোৱাৰ মন্ত্ৰ জয় কাশ্যপৰঃ 1

পাহাৰৰ উচ্চতালৈ গৈ সুখী হোৱাৰ মন্ত্ৰ জয় কাশ্যপৰঃ

নিজান ঠাইলৈ গৈ নিজ প্ৰতিভাৰ প্ৰদৰ্শন কৰাৰ ইচ্ছা অসমীয়া জনপ্ৰিয় অভিনেতা জয় কাশ্যপৰ। মন বেয়া লাগিলে ঠিক তেনেদৰে পাহাৰৰ উচ্চতালৈ বগাই নিজ ইচ্ছাৰে ড্ৰাম বজোৱাৰ ইচ্ছা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।

https://www.instagram.com/p/B698PyLhfy4/?utm_source=ig_web_copy_link


প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ থকাএই গৰাকী অভিনেতাই নিজৰ বিভিন্ন পোষ্টৰ জৰিয়তে দৰ্শকক আকৰ্ষিত কৰি ৰখা দেখিবলৈ পোৱা যায়। অভিনয়ৰ লগতে বাদ্যযন্ত্ৰত দিয়া সুৰৰ দ্বাৰাও দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে অভিনেতা গৰাকীয়ে।

পাহাৰৰ উচ্চতালৈ গৈ সুখী হোৱাৰ মন্ত্ৰ জয় কাশ্যপৰঃ 2


জয় কাশ্যপক যোৱাটো বছৰত বৰষা ৰাণী বিষয়াৰ সৈতে ৰং চেনেলত প্ৰচাৰিত ধাৰাবাহিক “কাঞ্চন” ত দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.