Rupaliparda.com
দিগন্ত ভাৰতীৰ ৩০ টা বৰ্ষৰ ৰঙীণ যাত্ৰাক কেন্দ্ৰ কৰি উদযাপন সংগীতানুষ্ঠানঃ 1

দিগন্ত ভাৰতীৰ ৩০ টা বৰ্ষৰ ৰঙীণ যাত্ৰাক কেন্দ্ৰ কৰি উদযাপন সংগীতানুষ্ঠানঃ

অসমীয়া সংগীত ক্ষেত্ৰখনত বিগত ৩০ টা বছৰৰ পৰা দিগন্ত ভাৰতীয়ে বিভিন্নব অৱদান আগবঢ়াইছে। একাধাৰে কন্ঠশিল্পী, লিখক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক দিগন্ত ভাৰতীৰ ৩০ টা বৰ্ষৰ এই ৰঙীণ যাত্ৰাক কেন্দ্ৰ কৰিয়েই তেওঁৰ ন-পূৰণি শিক্ষাৰ্থীয়ে যোৱা ৪ তাৰিখে আয়োজন কৰিছিল এখন সংগীত প্ৰতিযোগিতাৰ; “গানৰ দিন” নামেৰে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছিল।

দিগন্ত ভাৰতীৰ ৩০ টা বৰ্ষৰ ৰঙীণ যাত্ৰাক কেন্দ্ৰ কৰি উদযাপন সংগীতানুষ্ঠানঃ 2
https://www.instagram.com/p/B7AG-UShRm9/?utm_source=ig_web_copy_link


তেওঁৰ গীতৰ ওপৰতেই আয়োজন কৰা হৈছিল এই প্ৰতিযোগিতাখনৰ। উক্ত প্ৰতিযোগিতাখনৰ সৈতে সংগতি ৰাখিয়ে এখন সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে;এই সংগীতানুষ্ঠান খন অহা চলিত মাহৰ ৯ তাৰিখে গুৱাহাটীস্থিত ৰাজ্যিক পুথিভঁৰালত অনুষ্ঠিত হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.