Rupaliparda.com
প্ৰেয়সীৰ সৈতে ভৃগুৰ "মণি বৌ"- 1

প্ৰেয়সীৰ সৈতে ভৃগুৰ “মণি বৌ”-

বহু প্ৰত্যাশিত ভৃগু কাশ্যপৰ গীত “মণি বৌ” য়ে চলিত মাহৰ ১১ তাৰিখে মুক্তি লাভ কৰিব। গীতটিক উদ্দেশ্যি বিভিন্ন ধৰণৰ পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি ৰাখে কন্ঠশিল্পী গৰাকীয়ে। গীতটিক আৰু অধিক উপভোগ্য কৰিবলৈ ভৃগু কাশ্যপৰ সৈতে ৰোমাঞ্চ কৰা দেখিবলৈ পোৱা যাব তেওঁৰ প্ৰেয়সী প্ৰিয়ম পল্লৱীকো।

প্ৰেয়সীৰ সৈতে ভৃগুৰ "মণি বৌ"- 2


গীতটিৰ ইতিমধ্যে ট্ৰেইলাৰ মুকলি কৰা হৈছে; যিটোৱে দৰ্শকক আকৃষ্ট কৰি ৰাখিছে। গীতটি লিখিছে সুনীত গগৈয়ে লগতে ইয়াত সংগীত দিছে পলাশ গগৈয়ে। “মণি বৌ” ত সুৰ দিছে শৰৎ মেছ।

1 comment

Leave a Reply

Most popular