Rupaliparda.com
মুক্তিৰ পিছতেই জনপ্ৰিয় আচুৰ্য্যৰ "বেয়া পালে নেকি?"- 1

মুক্তিৰ পিছতেই জনপ্ৰিয় আচুৰ্য্যৰ “বেয়া পালে নেকি?”-

মুক্তি লাভ কৰিছে আচুৰ্য্যৰ কন্ঠত “বেয়া পালে নেকি?” শীৰ্ষক গীতটি। “তৰালি ২০২০” অৰ্থাৎ এলবামটিৰ তৃতীয়টো সংস্কৰণত অন্তৰ্ভূক্ত এই বিহু সুৰীয়া গীতটিয়ে মুক্তি লাভ কৰা পিছতেই জনপ্ৰিয় হৈ উঠে দৰ্শকৰ মাজত। ইউটিউবত গীতটি মুক্তি পোৱা পিছতেই ইয়াৰ ভিউৱাৰচৰ সংখ্যা হয় প্ৰায় ৮০ হাজাৰতকৈও অধিক।

মুক্তিৰ পিছতেই জনপ্ৰিয় আচুৰ্য্যৰ "বেয়া পালে নেকি?"- 2


এলবামটিত অন্তৰ্ভূক্ত গীত সমূহৰ বাবে এতিয়া অপেক্ষা কৰি ৰৈছে আচুৰ্য্যৰ অনুৰাগী সকল। উক্ত “বেয়া পালে নেকি?” শীৰ্ষক গীতটি লিখিছে সুনীত গগৈয়ে লগতে ইয়াত সংগীত দিছে আচুৰ্য্য বৰপাত্ৰই।

1 comment

Leave a Reply