Rupaliparda.com
মলয়া বাইদেউৰ জীয়েকৰ ন-ৰূপঃ 1

মলয়া বাইদেউৰ জীয়েকৰ ন-ৰূপঃ

মলয়া বাইদেউৰ জীয়েক ৰূপে জনপ্ৰিয় হৈ থকা সুকন্যা বৰুৱাৰ নতুন ৰূপ। “মলয়া বাইদেউৰ জীয়েক” শীৰ্ষক গীতটিত অভিনীত এই গৰাকী অভিনেত্ৰীয়ে বহু কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল। সমান্তৰালকৈ,আচুৰ্য্য বৰপাত্ৰৰ উক্ত গীতটিৰ পিছৰ পৰাই সুকন্যাৰ অনুৰাগীও যথেষ্ট হৈ উঠিছে; যাৰ অনুমান তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টৰ পৰাই দৰ্শকে উলিয়াব পৰা যায়।

মলয়া বাইদেউৰ জীয়েকৰ ন-ৰূপঃ 2
মলয়া বাইদেউৰ জীয়েকৰ ন-ৰূপঃ 3


অসমীয়া জনপ্ৰিয় “মন হীৰা দৈ, চাইকেল নহয় টিলিঙা” শীৰ্ষক গীতটিত এক নৃত্য প্ৰদৰ্শনেৰে চচিয়েল মিডিয়াত খলকনি লগাইছে এতিয়া সুকন্যা বৰুৱাই। চাওঁক এই ভিডিঅ’-

https://www.instagram.com/p/B7GsCfhgBuJ/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.