Rupaliparda.com
Aimee Baruah

ফুলৰ মালা পিন্ধাই কন্যাই কৰিলে আইমীক তৈয়াৰঃ

প্ৰায়ে নিজ পুত্ৰ-কন্যাৰ সৈতে উমলি থকা অসমীয়া অভিনেত্ৰী আইমী বৰুৱাই চচিয়েল মিডিয়াত একটিভ থকা দেখিবলৈ পোৱা যায়। পুত্ৰ-কন্যাৰ সৈতে কৰা বিভিন্ন মনোৰঞ্জনধৰ্মী ভিডিঅ’ শ্বেয়াৰ কৰি দৰ্শকৰ প্ৰশংসা পাবলৈও সক্ষম হৈ পৰে অভিনেত্ৰী গৰাকী।

ফুলৰ মালা পিন্ধাই কন্যাই কৰিলে আইমীক তৈয়াৰঃ 1


ইনষ্টাগ্ৰাম যোগে পোষ্ট কৰা প্ৰায় সমূহ আপডেটত পুত্ৰ-কন্যাৰ লগতে অভিনেত্ৰী গৰাকীৰ ন-মেক আপ লুকেও আকৰ্ষিত কৰি ৰাখিছে দৰ্শকক। কিছু সময় পূৰ্বে, আইমীয়ে কৰা এটা পোষ্টত তেওঁৰ কন্যাই তেওঁক ফুলৰ মালা পিন্ধাই থকাৰ লগতে তেওঁলোকৰ মাজত হোৱা মৰম লগা হাঁহি-খিকিন্দালিয়ে এতিয়া বাৰে বাৰে দৰ্শকক ভিডিঅ’টো চাবলৈ বাধ্য কৰোৱাইছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform