Rupaliparda.com
HiV ৰোগত আক্ৰান্ত ৰোগীৰ মানসিক অৱস্থাৰে অসমীয়া ছবিঃ "অদম্য"- 1

HiV ৰোগত আক্ৰান্ত ৰোগীৰ মানসিক অৱস্থাৰে অসমীয়া ছবিঃ “অদম্য”-

২০১৪ চনৰ ১২ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি “অদম্য” ত এইচ আই ভি ৰোগত আক্ৰান্ত ৰোগীৰ মানসিক অৱস্থা তথা সমাজত পৰা ইয়াৰ প্ৰভাৱ আদিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। পৰিচালক লগতে ছবিখনৰ প্ৰযোজনা তথা কাহিনী আছিল ববী শৰ্মা বৰুৱাৰ।

HiV ৰোগত আক্ৰান্ত ৰোগীৰ মানসিক অৱস্থাৰে অসমীয়া ছবিঃ "অদম্য"- 2


৯৯ মিনিটৰ এই ছবিখনে ২০১৪ চনত ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত Spiritual Film শাখাত শ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা লাভ কৰে। এগৰাকী বিধৱা ও গৰ্ভৱতী এইচ আই ভি মহিলাৰ জীৱন সংগ্ৰামক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে এই ছবিখন।

HiV ৰোগত আক্ৰান্ত ৰোগীৰ মানসিক অৱস্থাৰে অসমীয়া ছবিঃ "অদম্য"- 3
HiV ৰোগত আক্ৰান্ত ৰোগীৰ মানসিক অৱস্থাৰে অসমীয়া ছবিঃ "অদম্য"- 4


“অদম্য” ত অভিনয় কৰিছে প্ৰণামী বৰা, সুলক্ষণা বৰুৱা, জ্যোতি নাৰায়ণ নাথ, সৌৰভ হাজৰিকা, জলী ভট্টাচাৰ্য, অতুল পাচনি, জয়ন্ত দাস, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া আৰু ৰুণু দেৱীয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.