অলপতে মুক্তি পোৱা দুটিকৈ গীতৰ বহুল সফলতাৰ পিছত আকৌ এবাৰ কন্ঠশিল্পী গীতালী কলিতাৰ কন্ঠৰে আহি আছে তেওঁৰ “নামদাং” শীৰ্ষক এলবামটি। বিগত দুটা বৰ্ষতেই মাঘ বিহুৰ সময়ছোৱাত তেওঁৰ এই এলবামটি মুক্তি দি জনপ্ৰিয়তা লাভ কৰি আহিছে। গতিকে, এইবাৰো কন্ঠশিল্পী গৰাকীৰ “নামদাং” ৰ তৃতীয়টো সংস্কৰণক লৈ অনুৰাগীৰ লগতে উৎসাহিত হৈ আছে কন্ঠশিল্পী গীতালীও।
আগন্তুক মাঘ বিহুৰ পূৰ্বে মুক্তি লাভ কৰিব গীতালী কলিতা “নামদাং ২০২০”। গীতটিত গীতালীৰ সৈতে একেলগে কন্ঠদান কৰিছে অসমীয়া সংগীত জগতৰ দুই গৰাকী জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে দীক্ষু শৰ্মা আৰু নীল আকাশে।

“নামদাং” লিখিছে শোণিত গগৈয়ে লগতে ইয়াৰ সুৰ আৰু সংগীত দিছে অপূৰ্ব জানে।
Add comment