Rupaliparda.com
"কৰণ-অৰ্জুন" ৰ ৰিমেকত থাকিব পাৰে ঋত্বিক-ৰণৱীৰ কাপুৰ অন্যথা ঋত্বিক-ৰণৱীৰ সিং- 1

“কৰণ-অৰ্জুন” ৰ ৰিমেকত থাকিব পাৰে ঋত্বিক-ৰণৱীৰ কাপুৰ অন্যথা ঋত্বিক-ৰণৱীৰ সিং-

বলীউডৰ জনপ্ৰিয় পৰিচালক ৰাকেশ ৰোশনৰ ছবি “কৰণ-অৰ্জুন” -এ মুক্তি লাভ কৰিছিল ১৯৯৫ চনত। বলীউডৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত উল্লেখযোগ্য ছবিখন হৈছে “কৰণ-অৰ্জুন”; য’ত কৰণ আৰু অৰ্জুনৰ চৰিত্ৰ ৰূপায়ন কৰিছিল শ্বাহৰুখ আৰু ছলমান খানে। ছবিখনে নিজ ২৫ টা বৰ্ষ সম্পূৰ্ণ কৰা পিছতো তাৰ কাহিনী অথবা চৰিত্ৰ সমূহে বৰ্তমানেও দৰ্শকৰ মন-মগজুত প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে।

"কৰণ-অৰ্জুন" ৰ ৰিমেকত থাকিব পাৰে ঋত্বিক-ৰণৱীৰ কাপুৰ অন্যথা ঋত্বিক-ৰণৱীৰ সিং- 2
"কৰণ-অৰ্জুন" ৰ ৰিমেকত থাকিব পাৰে ঋত্বিক-ৰণৱীৰ কাপুৰ অন্যথা ঋত্বিক-ৰণৱীৰ সিং- 3


ছবিখনে ২৫ টা বছৰ সম্পূৰ্ণ কৰা পিছত যেতিয়া পৰিচালক ৰাকেশ ৰোশনক এই ছবিখনৰ ৰিমেকৰ কথা সোধা হৈছিল তেতিয়া তেওঁ ইয়াৰ ৰিমেকৰ বাবে ঋত্বিক ৰোশন আৰু ৰণৱীৰ কাপুৰৰ নাম উল্লেখ কৰে। ইয়াৰ উপৰিও, কৰণ-অৰ্জুন চৰিত্ৰ দুটাৰ বাবে ঋত্বিকৰ সৈতে ৰাকেশ ৰোশনে ৰণৱীৰ সিঙৰো নাম উল্লেখ কৰে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.