Rupaliparda.com
নয়নাৰ বিয়ালৈ আমন্ত্ৰণ দৰ্শককঃ 1

নয়নাৰ বিয়ালৈ আমন্ত্ৰণ দৰ্শককঃ

“অনুৰাধা” ধাৰাবাহিকখনৰ পিছত আকৌ এক ব্যতিক্ৰমী চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী মুনমী ফুকনক। চচিয়েল মিডিয়াত একটিভ হৈ থকা এই গৰাকী অভিনেত্ৰীক কিছু দিনৰ বিৰতিৰ পিছত পুনৰ দেখিবলৈ পোৱা যাব টেলিভিছন পৰ্দাত।

নয়নাৰ বিয়ালৈ আমন্ত্ৰণ দৰ্শককঃ 2

এ.এম টেলিভিছনৰ নিবেদনত মনুজিৎ শৰ্মাৰ পৰিচালনাৰে তথা ৰিন্টু এম বৰাৰ চিত্ৰনাট্যৰে ৰেঙণি টিভিত প্ৰচাৰ হ’বলৈ সাজু হৈছে ধাৰাবাহিক “নয়না ওৱেডচ নিবিড়”। উক্ত ধাৰাবাহিকখনৰ ট্ৰেইলাৰটোৱে বাৰুকৈয়ে দৰ্শকক আকৰ্ষিত কৰিছে। ১৪ ফেব্ৰুৱাৰীৰ পৰা প্ৰচাৰ হ’বলগীয়া ধাৰাবাহিকখনক উদ্দেশ্যি কৰা বিভিন্ন পোষ্টেৰে দৰ্শকক উৎসাহিত কৰি অভিনেত্ৰী মুনমী ফুকনে।

View this post on Instagram

Coming soon only on #Rengoni TV

A post shared by Moonmi Phukan (@moonmiphukan) on

https://www.instagram.com/p/B7hnksgHbpk/?utm_source=ig_web_copy_link

বিবাহৰ সাজত নদীৰ পাৰলৈ গৈ মদ্যপান কৰি অৱস্থাত দেখুওৱা হৈছে এগৰাকী নাৰীক। ইয়াৰ পৰাই ধাৰাবাহিকখন প্ৰেম-সংঘাতৰ মাজেৰে আগবাঢ়িব বুলি অনুমান কৰিব পৰা যায়।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.