Rupaliparda.com
লুনা লহকৰ বাৰু এতিয়া ক'ত?? তেওঁ কি কৰে বৰ্তমান?? 1

লুনা লহকৰ বাৰু এতিয়া ক’ত?? তেওঁ কি কৰে বৰ্তমান??

“হিয়া দিয়া নিয়া”,”মন”, “ইমান মৰম কিয় লাগে”, “কাদম্বৰী, “মা তুমি অনন্যা” কে ধৰি কেইবাখনো ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনা এগৰাকী চলচিত্ৰ জগতৰ অভিনেত্ৰী। যতীন বৰা, ৰবি শৰ্মাৰ উপৰিও কেইবাগৰাকীও জনপ্ৰিয় অভিনেতাৰ লগত অভিনয় কৰা অভিনেত্ৰীগৰাকী বাৰু কোন ধৰিব পাৰিছেনে?? সেই গৰাকী হ’ল লুনা লহকৰ।

লুনা লহকৰ বাৰু এতিয়া ক'ত?? তেওঁ কি কৰে বৰ্তমান?? 2
লুনা লহকৰ বাৰু এতিয়া ক'ত?? তেওঁ কি কৰে বৰ্তমান?? 3


তেওঁ বাৰু এতিয়া ক’ত?? কি কৰে তেওঁ বৰ্তমান?? তেওঁৰ নামটো শুনাৰ লগে লগে হয়টো আপোনালোকৰো মনত এনে কিছু প্ৰশ্নৰ উত্থাপন হৈছে! নহয়নে বাৰু??

লুনা লহকৰ বাৰু এতিয়া ক'ত?? তেওঁ কি কৰে বৰ্তমান?? 4
https://www.instagram.com/p/Bx6oGJIloWH/?utm_source=ig_web_copy_link

বৰ্তমান লুনা হৈছে দিল্লীস্থিত এগৰাকী প্ৰফেছনেল মেক আপ আৰ্টিষ্ট। তেওঁ নিজ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰা তেওঁৰ মেক-আপৰ বিভিন্ন ফটোৰ পৰা ধৰিব পৰা যায় যে অভিনেত্ৰী গৰাকী বৰ্তমান মেক-আপ আৰ্টিষ্ট হিচাপে যথেষ্ট জনপ্ৰিয়। আছলতে, লুনাক কেৱল অসমীয়া ছবিতেই নহয়; দেখিবলৈ পোৱা গৈছিল বলীউডৰ বিভিন্ন ছবিতো। গতিকে, আহক চোন চাওঁ তেওঁৰ বৰ্তমানৰ কেইখন ফটো-

লুনা লহকৰ বাৰু এতিয়া ক'ত?? তেওঁ কি কৰে বৰ্তমান?? 5
লুনা লহকৰ বাৰু এতিয়া ক'ত?? তেওঁ কি কৰে বৰ্তমান?? 6
লুনা লহকৰ বাৰু এতিয়া ক'ত?? তেওঁ কি কৰে বৰ্তমান?? 7

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform