Rupaliparda.com
শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 1

শেষৰটো পৰ্যায়ত উপনীত “তোমাৰ মৰমে মোক”-

বিগত ৬ মাহ ধৰি দৰ্শকক মনোৰঞ্জন কৰোৱাই থকা ধাৰাবাহিক “তোমাৰ মৰমে মোক” উপনীত হ’ল নিজ শেষ পৰ্যায়ত। প্ৰেম, বিশ্বাস, বিশ্বাসঘাটকতা, প্ৰতিদ্বন্দিতা, সংঘাত আদিৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মিত এই ধাৰাবাহিকখনৰ টি.আৰ.পি তথা জনপ্ৰিয়তা ইয়াৰ শেষ দিনলৈ অব্যাহত আছিল।

শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 2
শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 3
শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 4
শেষৰটো পৰ্যায়ত উপনীত "তোমাৰ মৰমে মোক"- 5


অমিতাভ বৰাৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখনৰ প্ৰত্যেকটো চৰিত্ৰই আছিল আকৰ্ষণীয়। “পাৰিজাত”, “মল্লিকা”, ” জয়” ইত্যাদি চৰিত্ৰই দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰি ৰাখিছিল। ধাৰাবাহিকখনৰ শেষ পৰ্যায়ত তাত অন্তুৰ্ভূক্ত প্ৰত্যেকজন কলা-কুশলীয়ে “তোমাৰ মৰমে মোক” ৰ সৈতে জড়িত হৈ থকা সময়ছোৱাৰ চচিয়েল মিডিয়া যোগে অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে ইজনে সিজনক ধন্যবাদ জ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform