অসমীয়া সংগীত জগতৰ উল্লেখনীয় এটা নাম হৈছে বৰ্ণালী কলিতা। কেৱল মাত্ৰ অসমীয়াই নহয়; তেওঁ কন্ঠদান কৰিছে অইন ভাষাৰ গীততো। বিহু গীতকে ধৰি লোক গীত, বৰগীত তথা ৰোমান্টিক গীতত কন্ঠদান কৰা বৰ্ণালী কলিতাৰ জনপ্ৰিয়তা বৰ্তমানেও অব্যাহত আছে । তেওঁৰ গীতত থকা লাইকৰ সংখ্যাই কয় দিয়ে তেওঁৰ অনুৰাগীৰ সংখ্যা।

উল্লেখ্য যে, তেওঁৰ কিছু সময় পূৰ্বে মুক্তি প্ৰাপ্ত গীত “মই পগলা” ই ইতিমধ্যে লাভ কৰিছে ৫ লাখকৈ শ্ৰোতা। তেওঁ এক পোষ্ট যোগে সকলো শ্ৰোতাক ধন্যবাদ দিয়াৰ লগতে তেওঁ কয় যে “ধন্যবাদ- পাঁচ লাখ শ্ৰোতা। আৰু অধিক আশাৰে …”
পৰাণ বৰকটকীৰ সংগীতেৰে সৃষ্ট এই গীতটি আকৌ এবাৰ শুনিবলৈ ক্লিক কৰক তলত দিয়া লিংকটোঃ
Add comment