Rupaliparda.com
আচুৰ্য্যৰ "ক'ৰবাত কিবা হ'ল"- 1

আচুৰ্য্যৰ “ক’ৰবাত কিবা হ’ল”-

আকৌ এবাৰ শ্ৰোতাৰ হিটলিষ্টলৈ আচুৰ্য্যৰ গীত “ক’ৰবাত কিবা হ’ল”। “তৰালি ২০২০” ৰ এইবাৰৰ সংস্কৰণত অন্তৰ্ভূক্ত “বেয়া পালে নেকি?” শীৰ্ষক গীতটিয়ে ইতিমধ্যে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। গতিকে, পুনৰ বাৰ আন এটা গীতৰ মুক্তিয়ে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীক উৎসাহিত কৰি তোলাৰ লগতে গীতটিয়ে ২৪ ঘণ্টা হ’বলৈ নৌপাওঁতেই ইউটিউবত লাভ কৰিছে ২ লাখৰো অধিক ভিউৱাৰচ।

আচুৰ্য্যৰ "ক'ৰবাত কিবা হ'ল"- 2


“ক’ৰবাত কিবা হ’ল” শীৰ্ষক গীতটি লিখিছে সুনীত গগৈ আৰু আচুৰ্য্য বৰপাত্ৰই লগতে ইয়াত সংগীত দিছে কন্ঠশিল্পী গৰাকীয়ে নিজেই। গীতটিৰ ভিডিঅ’টোত আচুৰ্য্য বৰপাত্ৰৰ লগতে এগৰাকী ন-অভিনেত্ৰী বন্দিতা ডেকাক দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply