বলীউড অভিনেতা ৰণৱীৰ সিং নিজৰ অভিনয়ৰ লগতে তেওঁৰ কাপোৰ তথা উৎপতীয়া ব্যৱহাৰৰ বাবে অধিক জনপ্ৰিয়। তেওঁৰ পিন্ধনত তেওঁ এনে কিছু অদ্ভূত কাপোৰ পিন্ধে; যাক দেখি দৰ্শকেও নানান ধৰণৰ ব্যতিক্ৰমী কমেন্ট কৰা দেখিবলৈ পোৱা যায়। এনে পৰিপ্ৰেক্ষিততে, চচিয়েল মিডিয়াত আকৌ এবাৰ ভাইৰেল হৈ পৰিছে অভিনেতা গৰাকীৰ ফটো। দৰ্শকৰ পোষ্টত দেখিবলৈ পোৱা গৈছে এতিয়া ৰণৱীৰৰ শেহতীয়াকৈ হোৱা ফটোশ্বুটৰ ফটো সমূহ।



ৰণৱীৰৰ পত্নী ও অভিনেত্ৰী দীপকাৰ কাপোৰ পিন্ধি আহিছে বুলি আকৌ এবাৰ ৰণৱীৰক কমেন্ট কৰে দৰ্শক সকলেম। তেওঁৰ ফটো এতিয়া ট্ৰেণ্ডিং হৈ পৰিছে চচিয়েল মিডিয়াতঃ
Add comment