Rupaliparda.com

Author - Utpal Mena

The Woodcutter

গছ কটা মানুহ | চিনেচৰ্চা | উৎপল মেনা

চিনেমা খনৰ বিষয়বস্তু– লোকসংগীত। এয়াই সত্য– আজিৰ তাৰিখতো মূল শিপাত খামোচ মাৰি লোকসংগীতৰ চৰ্চা কৰি আছে গাওঁৰ শ্ৰমজীৱীয়ে। দিনটোৰ পৰিশ্ৰমৰ অন্তত ভাগৰ জুৰাই লোকসংগীত চৰ্চাৰে। এই সকল লোকে লোকগীতৰ ফিউজন, আধুনিকীকৰণ...

হেৰোৱা ছন্দ | চিনেচৰ্চা । উৎপল মেনা 1

হেৰোৱা ছন্দ | চিনেচৰ্চা । উৎপল মেনা

“হেৰোৱা ছন্দ”– জাহ্নু বৰুৱাৰ চিনেমা। “অপৰূপা” (১৯৮৩) -ৰ পৰা “অজেয়” (২০১৩) -লৈ ৰূপালী পৰ্দাৰ সোনালী যাত্ৰা পৰিচালক গৰাকীৰ।পৰিচালক-চিনেমা লেখক গৰাকীৰ “ভগা খিৰিকী”...

"মউনাবিলি" আৰু... | চিনেচৰ্চা --উৎপল মেনা 8

“মউনাবিলি” আৰু… | চিনেচৰ্চা –উৎপল মেনা

তিনিখন চিনেমা এই চৰ্চালৈ আনিছোঁ– “ইয়াকাসিক ওমেদে” ((Yakasi’s Daughter), “গনৰাগ”, আৰু “মউনাবিলি” (An Evening Ballad)। “ইয়াকাসিক ওমেদে”-ত ব্যৱহাৰ হোৱা সাহিত্যৰ...

NORA

নৰা | চিনেচৰ্চা –উৎপল মেনা

কাহিনীৰ মূল বিন্দু ধীৰাজ। (চৰিত্ৰটো নিৰ্মাণ কৰিছে জিত বৰুৱাক লৈ। জিতে বাস্তৱিক অভিনয়ৰে “চৰিত্ৰ”টোক গতি দিয়াত পৰিচালকক সহায় কৰিছে বা অভিনয়ৰ দিশত সফল হৈছে।) এখন গাঁৱৰ “ভাল ল’ৰা”। দায়িত্ববান...

খাকী | পোষ্টাৰ মুকলি --উৎপল মেনা 11

খাকী | পোষ্টাৰ মুকলি –উৎপল মেনা

এখন ৰাজনৈতিক থ্ৰীলাৰ– “খাকী”। সাংবাদিকৰ পৰিচালনা। সাংবাদিক অতনু ভূঞাৰ ৰূপালী গল্প। সাংবাদিক অতনু ভূঞাই দীৰ্ঘ সময় অসমৰ ৰাজনীতি দেখিছে। ৰাজনীতিক আৰু পুলিছৰ “কৰ্ম”ৰ বাস্তৱ ছবি খনো অনুভৱ কৰিছে...

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || --উৎপল মেনা 12

|| শৰ্মিষ্ঠা চক্ৰৱৰ্তীলৈ সংগীত জেউতি বঁটা || –উৎপল মেনা

প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হ’ল “সংগীত জেউতি বঁটা”। কালি আবেলি এক সাংগিতিক অনুষ্ঠানত ২০২৪-২০২৫ বৰ্ষত চিত্ৰগৃহলৈ অহা অসমীয়া চিনেমাৰ এগৰাকী (নিৰ্দিষ্ট জুৰীয়ে নিৰ্বাচন কৰা) শ্ৰেষ্ঠ গায়িকাৰ এই বঁটা প্ৰদান...

২০২৬-ৰ অসমীয়া চিনেমা --উৎপল মেনা 27

২০২৬-ৰ অসমীয়া চিনেমা –উৎপল মেনা

২০২৬ বৰ্ষৰ অসমীয়া চিনেমাৰ “যাত্ৰা” চিত্ৰৰসিকৰ বাবে নিশ্চয় সুখকৰ হ’ব! কাৰণ “চিনে-যাত্ৰা” আৰম্ভ হ’ব “চিনেমা”ক চহকী কৰা এগৰাকী চিনে-চিন্তকৰ চিনেমাৰে। জাহ্নু বৰুৱাৰ চিনেমাৰে।...

মৰমৰ দেউতা | বিশ্ব প্ৰিমিয়াৰ... --উৎপল মেনা 34

মৰমৰ দেউতা | বিশ্ব প্ৰিমিয়াৰ… –উৎপল মেনা

“তাৰিখ”ৰ পাছতে খবৰ পাইছিলোঁ– চিনেমা পৰিচালক হিমজ্যোতি তালুকদাৰে সাজু কৰিছে আন এখন অসমীয়া চিনেমা “মৰমৰ দেউতা”। চিত্ৰনাট্য লিখিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাস “মৰমৰ...

Khaki

খাকী | ২৭ ফেব্ৰুৱাৰীৰ পৰা… –উৎপল মেনা

“খাকী”। বহু চচিত “খাকী”। বলিউডৰ খন নহয়, জলিউডৰ। সংগীতৰ কাম নিৰীক্ষণ কৰিছে চিনেমা খনৰ লেখক-পৰিচালক অতনু ভূঞা। সংগীতৰ কামত ব্যস্ত সংগীত পৰিচালক ডেনিয়েল। কোন ডেনিয়েল? –ডেনিয়েল বি জৰ্জৰ। বলিউডত...

হেৰোৱা ছন্দ | ২ জানুৱাৰীৰ পৰা...--উৎপল মেনা 35

হেৰোৱা ছন্দ | ২ জানুৱাৰীৰ পৰা…–উৎপল মেনা

আৰু এখন চিনেমা– জাহ্নু বৰুৱাৰ। আৰু এটা গীত– ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ। “দামি গহনা পিন্ধি হাঁহিছা হাঁহিটিয়েই চোন এটি গহনা গহনা বুলি ধাতু কিনিছা কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ...