Rupaliparda.com

Author - Utpal Mena

প্ৰদীপ সিং ৰাৱাত স্মৰণ | উৎপল মেনা

প্ৰদীপ সিং ৰাৱাত স্মৰণ | উৎপল মেনা

প্ৰদীপ সিং ৰাৱাত– এক ইমেজ। ৰূপালী খলনায়ক। হিন্দী, তামিল, তেলেগু, কানাড়া, মালয়ালম, বঙালী আৰু ভোজপুৰী চিনেমাৰ অভিনেতা। “নায়ক হোৱা সহজ, খননায়ক হোৱা সহজ নহয়।” একালৰ খলনায়ক প্ৰাণে কৈছিল–...

ৰূপালী পূৰৱী | উৎপল মেনা

ৰূপালী পূৰৱী | উৎপল মেনা

আজি (১৫ জুলাই, ২০২৬) সেই ঘৰ খনত কায়িক পূৰৱী শৰ্মা নাই। আৰু কোনো দিনে নাথাকিব। কালি গ’ল গৈ উভতি নহা বাটেৰে। হঠাতে ….। তপন (দাস) -দাক মাত লগাই উভতিছিলোঁ। বহু কথা মনলৈ আহিছিল, আহি আছে। “চিনেমা” বোৰ...

| নাতি ককা হ'ল... | --উৎপল মেনা 17

| নাতি ককা হ’ল… | –উৎপল মেনা

“এক দুই তিনি চাৰি যুতি দিলোঁ গৰু গাড়ী অ’ দেখিছানে হাতীয়ে চলায়…” এটা জনপ্ৰিয় গীত। চিনেমাটিক। চুই থকা। (গীতটোৰ কথা: কেশৱ মহন্ত। কণ্ঠ: কোকিলা গোস্বামী। সুৰ-সংগীত: ৰমেন বৰুৱা।) চাৰি দশকৰো অধিক...

হোমৱ'ৰ্ক

হোমৱ’ৰ্ক | চিনেচৰ্চা | –উৎপল মেনা

“নেদেখা ভবিষ‍্যতৰ পাছত দৌৰি বৰ্তমানৰ সুন্দৰ সময়খিনি নষ্ট কৰিব নালাগে।”–চুই যোৱা সংলাপ। চিনে-সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা সাহিত্যৰ ভাষা। সংলাপ প্ৰক্ষেপন, চেহেৰাৰ ভাষা, কেমেৰাৰ ভাষাৰে পৰিচালকে নিৰ্মাণ...

সুমন কল্যাণপুৰ

|| সুমন স্মৰণ || –উৎপল মেনা

“জীৱন ঘড়ীৰ প্ৰতিটো পল…”, “আকাশৰে নীলাই…”, “সপোনত শুনো মধুৰ আবেশ…’, “অ’ নয়নমণি…”— অসমীয়া গীতৰ ইতিহাসৰ এই জনপ্ৰিয় গীতসমূহ শুনিলে আজিও বহু শ্ৰোতাৰ মনত...

অনুপম আন্ধাৰ | নাট্যচৰ্চা | --উৎপল মেনা 28

অনুপম আন্ধাৰ | নাট্যচৰ্চা | –উৎপল মেনা

“অনুপম আন্ধাৰ”– এখন নাটক নাম। (নাট্যকাৰ: অৰুণ শৰ্মা) দৰ্শকৰ আসনত বহাৰে পৰা প্ৰেক্ষাগৃহত অনুভৱ কৰিছিলোঁ– এটা ব্যস্ত ৰেলষ্টেচনৰ পৰিৱেশ। পৰিৱেশ নিৰ্মাণ কৰিছিল– শব্দ, পোহৰ প্ৰয়োগেৰে। নিৰ্দিষ্ট...

মৰমৰ দেউতা | চিনেচৰ্চা --উৎপল মেনা 39

মৰমৰ দেউতা | চিনেচৰ্চা –উৎপল মেনা

বিপুলক দেখিলোঁ, ইমান বছৰে অনুভৱত থকা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ “মৰমৰ দেউতা”ৰ বিপুলক ৰূপালী পৰ্দাত দেখিলোঁ পাৰ্থৰ ৰূপত। পৰিচালক-চিত্ৰনাট্যকাৰে চিনেমাটিক পুনৰব্যাখ্যাৰ, সৃষ্টিশীল স্বাধীনতা লৈছে। কিন্তু বিপুলৰ...

হোমৱ'ৰ্ক | অহা ১৫ মে’ত চিত্ৰগৃহত | --উৎপল মেনা 44

হোমৱ’ৰ্ক | অহা ১৫ মে’ত চিত্ৰগৃহত | –উৎপল মেনা

“হোমৱ’ৰ্ক” — মুক্তিৰ তাৰিখ ঠিক হ’ল! অহা ১৫ মে’ত চিত্ৰগৃহত মুক্তি পাবলগীয়া চিনেমাখনৰ বিষয়বস্তু– “শিশুৰ মনস্তাত্ত্বিক পৰিস্থিতি আৰু পিতৃ-মাতৃৰ দায়বদ্ধতা”। পৰিচালক অচিন্ত শংকৰৰ...

|| কৃষ খত্ৰী : ডিগবৈৰ মাটিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰিচয়লৈ || --উৎপল মেনা 49

|| কৃষ খত্ৰী : ডিগবৈৰ মাটিৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰিচয়লৈ || –উৎপল মেনা

কৃষ খত্ৰী আহিছিল, চিনাকী হৈছিল, কথা পাতিছিল। নিঃশব্দে, কোনো প্ৰচাৰ-প্ৰচাৰৰ বাহুল্য নোহোৱাকৈ, আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ গঢ়ি তুলিছিল ডিগবৈৰ ৰবীন্দ্ৰ কুমাৰ সোণাৰে। –হয়, প্ৰকৃত নাম ৰবীন্দ্ৰ কুমাৰ সোণাৰ। সৃষ্টিশীল জগতত...

মৰমৰ দেউতা

মৰমৰ দেউতা | ১৫ মে’ৰ পৰা অসমৰ চিত্ৰগৃহত | –উৎপল মেনা

“চাইকেলৰ টিলিঙা হৈ সময়ে সকিয়াব নিউটনৰ দিহাটি লৈ ঠেলিলে চলি যাব…” —গীতটোৰ প্ৰথম চাৰিটা শাৰী। “আৱেগ” প্ৰকাশ। চিনেমা (উপন্যাস খনত পঢ়া, পৰিচালকৰ সৈতে কথা পাতি অনুভৱ কৰা) খনৰ কাহিনী-ৰেখা মনত ৰাখি...

Your Header Sidebar area is currently empty. Hurry up and add some widgets.