Rupaliparda.com

Author - Utpal Mena

"কুহি" সংবাদ --উৎপল মেনা 1

“কুহি” সংবাদ –উৎপল মেনা

চিনেমা খনৰ নাম– ‘কুহিঁ’। কুঁহি চিনেমা খনৰ নায়িকা। কেন্দ্ৰীয় চৰিত্ৰ। সৰল মনৰ কুঁহিয়ে নিজ, নিকা বাটে খোজ কাঢ়ি ভাল পায়। পৰিচালক-লেখকে কুঁহি কেন্দ্ৰিক এটা ত্ৰিকোণীয় প্ৰেমৰ গল্প নিৰ্মাণ কৰিছে। নায়িকাৰ...

দৰথীৰ বিষয়ে --উৎপল মেনা 8

দৰথীৰ বিষয়ে –উৎপল মেনা

“বৰনদী ভটিয়াই”– আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে’ তাৰিখে চিত্ৰগৃহলৈ আহিছিল– এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা। চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল–...

সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত --উৎপল মেনা 11

সত্য: চিত্ৰগৃহলৈ ২ ফেব্ৰুৱাৰীত –উৎপল মেনা

চৰ্চাত এখন অসমীয়া চিনেমা– ‘সত্য- দ্য ট্ৰুথ’। বিষয়বস্তু কেন্দ্ৰীক চিনচিন্তা। চৰ্চাৰ কাৰণ বিষয়বস্তু। পুৰুষৰ সৈতে পুৰুষৰ প্ৰেম কাহিনী। নহয়, কেৱল শৰীৰ প্ৰেম নহয়, প্ৰেমৰ মানসিক অনুভৱ। ‘পুৰুষ...

এটা নিৰ্জন দুপৰীয়া --উৎপল মেনা 16

এটা নিৰ্জন দুপৰীয়া –উৎপল মেনা

চৰ্চাত এখন অসমীয়া চিনেমা– “এটা নিৰ্জন দুপৰীয়া”।খঞ্জন কিশোৰ নাথৰ পৰিচালনা। সেই সময়ত “দৈনিক অসম”ত “শিল্পকথা” লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া...

অচিন্ত শংকৰৰ তৃতীয় --উৎপল মেনা 23

অচিন্ত শংকৰৰ তৃতীয় –উৎপল মেনা

।। মহুৰৎ শ্বট।। জ্যোৎস্না : তুমি বেলি ডুবা চাই ভাল পোৱা? প্রভাত : ওঁম্… বহুত… জ্যোৎস্না : কিয়? প্রভাত : নাজানো… হয়তো কিবা শান্তি অনুভৱ কৰোঁ, যেন দিনটোৰ কাম-কাজৰ পৰা আজৰি হ’লো… খুব...

কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা --উৎপল মেনা 30

কইনা কন্দা শিল: ২০২৪ বৰ্ষৰ প্ৰথমখন অসমীয়া চিনেমা –উৎপল মেনা

নতুন বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা চালোঁ। মৰিগাঁও জিলাৰ বঘৰাস্থিত ঐতিহ্যমণ্ডিত কইনা কন্দা শিলৰ পটভূমিত নির্মিত ‘কইনা কন্দা শিল’। কিংবদন্তিৰ ৰূপালী গল্প। ৬০০ বছৰৰ আগৰ আখ্যান। মুখে মুখে চলি আহিছিল। এসময়ত...

ঝংকাৰ-the melody of resonance --উৎপল মেনা 41

ঝংকাৰ-the melody of resonance –উৎপল মেনা

“আৰু এখন চিনেমা কৰিম! ছুটি নহয়, দীঘল! কম বাজেটত। কিন্তু ভাল চিনেমা।” –কথা প্ৰসংগত লেখক-পৰিচালক হেম চন্দ্ৰ বৰাই কৈছিল। পৰিচালক গৰাকীয়ে বিশ্বাস কৰে, বাজেট চিনেমাৰ “ভাল-বেয়া”ৰ নিয়ন্ত্ৰক নহয়।...

চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 52

চামেলি মেমচা’ব আৰু দুই চামেলি –উৎপল মেনা

পঢ়িছিলোঁ– “চামেলি মেমচা’ব। নিৰোদ চৌধুৰীৰ গল্প। নিৰোদ চৌধুৰীৰ “শব্দ-চয়ন”, নিৰোদ চৌধুৰীৰ “কাহিনী”ৰ যিমান আকৰ্ষণ শক্তি, সিমানেই চিনে শক্তি একে নামৰ অসমীয়া চিনেমা খনৰ। “অসম...

২০২৪ ৰ অসমীয়া চিনেমা --উৎপল মেনা 61

২০২৪ ৰ অসমীয়া চিনেমা –উৎপল মেনা

২০২৩ অসমীয়া চিনেমাৰ “আশাৰ বছৰ”ৰ আছিল। আশাৰ এই বুনিয়াদত ঠিয় হৈ ক’ব পাৰি, ২০২৪ বৰ্ষটোত আৰু অধিক গতি ল’ব অসমীয়া চিনেমাই। চিনেমাৰ ইতিবাচক গতি বা উত্তৰণ নিৰ্ভৰ কৰে স্থানীয় বজাৰৰ সফলতাৰ ওপৰত। ব্ৰজেন...

The Ultimate Managed Hosting Platform