Rupaliparda.com

Author - Utpal Mena

Khaki

খাকী | ২৭ ফেব্ৰুৱাৰীৰ পৰা… –উৎপল মেনা

“খাকী”। বহু চচিত “খাকী”। বলিউডৰ খন নহয়, জলিউডৰ। সংগীতৰ কাম নিৰীক্ষণ কৰিছে চিনেমা খনৰ লেখক-পৰিচালক অতনু ভূঞা। সংগীতৰ কামত ব্যস্ত সংগীত পৰিচালক ডেনিয়েল। কোন ডেনিয়েল? –ডেনিয়েল বি জৰ্জৰ। বলিউডত...

হেৰোৱা ছন্দ | ২ জানুৱাৰীৰ পৰা...--উৎপল মেনা 1

হেৰোৱা ছন্দ | ২ জানুৱাৰীৰ পৰা…–উৎপল মেনা

আৰু এখন চিনেমা– জাহ্নু বৰুৱাৰ। আৰু এটা গীত– ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ। “দামি গহনা পিন্ধি হাঁহিছা হাঁহিটিয়েই চোন এটি গহনা গহনা বুলি ধাতু কিনিছা কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ...

লটিঘটি | মেঘদূত চিত্ৰগৃহৰ মালিকে প্ৰযোজক ভূপেন হাজৰিকাক দিছিল ৪০ হাজাৰ টকা --উৎপল মেনা 8

লটিঘটি | মেঘদূত চিত্ৰগৃহৰ মালিকে প্ৰযোজক ভূপেন হাজৰিকাক দিছিল ৪০ হাজাৰ টকা –উৎপল মেনা

“কোন ক’ত লটিঘটি” আছিল চিনেমা খনৰ নাম। পাছত সলনি কৰিলে– “লটিঘটি” । মহুৰৎ হোৱাৰ পাছত, চিত্ৰগ্ৰহণৰ কাম আগবঢ়াৰ পাছত চিনেমা খনৰ লেখক-পৰিচালক ভূপেন হাজৰিকাই “কোন ক’ত” শব্দ...

শকুন্তলা

শকুন্তলা | প্ৰথম পৰ্যায়ত এটা প্ৰিণ্টৰ “বক্স অফিচ কালেকচন”– ৫৯,২১২.০৬ টকা –উৎপল মেনা

“এৰা বাটৰ সুৰ” চিত্ৰৰসিকে ভাল পাইছিল। পৰিচালকৰ দুখ– চিনেমা খনে “ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ” নাপালে। অসমৰ একাংশ দৰ্শকেে “মূৰৰ বিষ উঠোৱা কথাছবি” বুলি কোৱা কথাও সহজ ভাবে ল’ব পৰা...

প্ৰতিধ্বনি | ভূপেন হাজৰিকাৰ "খাচী" ৰূপালী গল্প --উৎপল মেনা 9

প্ৰতিধ্বনি | ভূপেন হাজৰিকাৰ “খাচী” ৰূপালী গল্প –উৎপল মেনা

“প্ৰতিধ্বনি” নাম নাছিল। এটি কাহিনী ঠিক-ঠাক কৰিছিল ভূপেন হাজৰিকাই। মনৰ মাজতে। নাম ৰাখিছিল– “মাণিক ৰাইটং”। খাচী লোক-গাথাৰ আধাৰত। চন: ১৯৬২। কামটো যিহেতু ফেনৰ তলত বহি কৰিব পৰা নাছিল, ভূপেন...

এৰা বাটৰ সুৰ | প্ৰথম অসমীয়া মিউজিকেল চিনেমা -- উৎপল মেনা 12

এৰা বাটৰ সুৰ | প্ৰথম অসমীয়া মিউজিকেল চিনেমা — উৎপল মেনা

ভূপেন হাজৰিকাই চিনেমাৰ বাটত খোজ পেলাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত ধৰি। চিনেমাৰ নাম– “ইন্দ্ৰ-মালতী”। অভিনয় কৰিছিল, গীত গাইছিল। “১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই মোক পুনৰ কলিকতালৈ লৈ গৈছিল।…...

ৰৈ ৰৈ বিনালে | "জুবিনৰ কণ্ঠয়ে থাকিব" --উৎপল মেনা 15

ৰৈ ৰৈ বিনালে | “জুবিনৰ কণ্ঠয়ে থাকিব” –উৎপল মেনা

“ৰৈ ৰৈ বিনালে” –জুবিন গাৰ্গৰ চিনে-চিন্তাৰ ফচল। কায়িক জুবিনৰ অবৰ্তমানত চলিছে চিনেমা খনৰ নিৰ্মাণ পৰ্বৰ শেষ পৰ্যায়ৰ কাম। চিনেমা খন কেতিয়া চিত্ৰগৃহলৈ আহিব? –জুবিনেই স্থিৰ কৰিছিল মুক্তিৰ তাৰিখ। ৩১...

Jubin Garg

জুবিন | শ্ৰদ্ধাঞ্জলি –উৎপল মেনা

কেৱল অসমৰ সংগীত শিল্পী নাছিল। অসমীয়া ভাষাৰ সংগীতৰ শিল্পী নাছিল, ভাৰতৰ কেইবাটাও ভাষাত সংগীত কৰ্ম কৰিছিল জুবিন গাৰ্গে। কথাটো এনেদৰে কলেও ভুল নহব– কোনটো ভাৰতীয় ভাষাত গীত গোৱা নাছিল জুবিনে! অসমীয়া, বাংলা, ওড়িয়া...

হোমৱ'ৰ্ক | ২৬ ছেপ্টেম্বৰত --উৎপল মেনা 18

হোমৱ’ৰ্ক | ২৬ ছেপ্টেম্বৰত –উৎপল মেনা

দিন নহয়, বহু বছৰৰ পাছত লগ পালোঁ– অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু (সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী) পবিত্ৰ মাৰ্ঘেৰিটাক। ভাল লাগিল। ভাল লাগিল গায়ত্ৰী-পবিত্ৰৰ সন্তান সূৰ্যাংগ জিউ মাৰ্ঘেৰিটাই চিনে-পথত খোজ দিছে। প্ৰ’মো আৰু...

|| উৎপল মেনাৰ "ভূপেন হাজৰিকা প্ৰকল্প"ৰ পঞ্চম খন গ্ৰন্থ উন্মোচন || 19

|| উৎপল মেনাৰ “ভূপেন হাজৰিকা প্ৰকল্প”ৰ পঞ্চম খন গ্ৰন্থ উন্মোচন ||

প্ৰকাশ পালে সাংবাদিক, চিনেমা সমালোচক উৎপল মেনাৰ “ভূপেন হাজৰিকা প্ৰকল্প”ৰ পঞ্চম খন গ্ৰন্থ “Bhupen Hazarika: Bixex”। প্ৰায় ৬০০ পৃষ্ঠাৰ ভূপেন হাজৰিকা কেন্দ্ৰিক লেখাৰ সংকলনটো কালি মুম্বাইৰ এক...

Your Header Sidebar area is currently empty. Hurry up and add some widgets.