Rupaliparda.com
গুলী, বাৰুদ আৰু "ছাৰ্টলেছ" টাইগাৰৰ "বাঘী ৩"- 1

গুলী, বাৰুদ আৰু “ছাৰ্টলেছ” টাইগাৰৰ “বাঘী ৩”-

“বাঘী” ছবিখনৰ প্ৰথম দুয়োটা সংস্কৰণৰ পিছত ইয়াৰ তৃতীয়টো সংস্কৰণৰ মুক্তি লাভ কৰিলে ফাৰ্ষ্ট লুক পোষ্টাৰ। এহমদ খান দ্বাৰা পৰিচালিত এই ছবিখনত আকৌ এবাৰ টাইগাৰ শ্ৰফৰ একচন দেখিবলৈ পোৱা যাব বুলি আশা প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগী সকলে।

https://www.instagram.com/p/B8F9GRtnQjr/?utm_source=ig_web_copy_link
গুলী, বাৰুদ আৰু "ছাৰ্টলেছ" টাইগাৰৰ "বাঘী ৩"- 2


অহা ৬ ফেব্ৰুৱাৰী তাৰিখে ট্ৰেইলাৰ মুক্তি পাবলগীয়া এই ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰত গুলী, বাৰুদ আদিৰ সমুখত টাইগাৰে “ছাৰ্টলেছ” হৈ ৰয় থকা দেখিবলৈ পোৱা গৈছে। টাইগাৰ শ্ৰফৰ সৈতে এই ছবিখনত থাকিব পিতৃ জেকী শ্ৰফো। ইয়াৰ উপৰিও ছবিখনত অভিনয় কৰিছে শ্ৰদ্ধা কাপুৰ আৰু ৰিতেশ দেশমুখে। অহা মাহ অৰ্থাৎ ৬ মাৰ্চ তাৰিখে এই ছবিখন ছবিগৃহত দৰ্শকে দেখিবলৈ পাব।

1 comment

Leave a Reply