Rupaliparda.com
প্ৰচাৰৰ বাবে সাজু হৈছে "DY বিহুৰাণী ২০২০" 1

প্ৰচাৰৰ বাবে সাজু হৈছে “DY বিহুৰাণী ২০২০”

ব’হাগৰ আগমনৰ আগতেই বিহুৰ আখৰাত ব্যস্ত থাকে বিহু নাচনী সকল। অসমীয়া সাধাৰণজনেও থলুৱা বিহু নৃত্য তথা বিহু গীত উপভোগ কৰি এক অজান সুখ লাভ কৰা দেখিবলৈ পোৱা যায়। এনে পৰিপ্ৰেক্ষিততে, আকৌ এবাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু নাচনীক একত্ৰিত কৰি অনুষ্ঠিত কৰা প্ৰস্তুতি চলাইছে “DY বিহুৰাণী ২০২০”-য়ে।

প্ৰচাৰৰ বাবে সাজু হৈছে "DY বিহুৰাণী ২০২০" 2
প্ৰচাৰৰ বাবে সাজু হৈছে "DY বিহুৰাণী ২০২০" 3


বিগত কেইবা বছৰৰ দৰেই আকৌ এবাৰ “বিহুৰাণী” ৰ অডিশ্বন লোৱা হ’ব অসমৰ বিভিন্ন প্ৰান্তত। উক্ত প্ৰতিযোগিতা খনৰ বাবে বিভিন্ন প্ৰান্তত গৈ প্ৰতিযোগী সকলক প্ৰদান কৰা হ’ব কৰ্মশালা। অসমীয়া জনপ্ৰিয় শিল্পী সকলৰ দ্বাৰাই এই প্ৰতিযোগিতাখনত অন্তৰ্ভূক্ত প্ৰতিযোগী সকলক দিয়া হ’ব প্ৰশিক্ষণ। উক্ত “DY বিহুৰাণী ২০২০” ৰ ১১তম সংস্কৰণটোৰ বাবে এতিয়া উৎসাহিত হৈ পৰিছে বিহু নাচনী সকল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.