Rupaliparda.com
১৮ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন ভিডিঅ' শ্বেয়াৰ কৰিলে গৰিমা শইকীয়া গাৰ্গেঃ 1

১৮ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন ভিডিঅ’ শ্বেয়াৰ কৰিলে গৰিমা শইকীয়া গাৰ্গেঃ

বলীউড হওঁক বা জলীউড; দৰ্শকৰ মনত কেইটামান বিশেষ যুঁটিয়ে সদায় বিশেষ স্থান দখল কৰা দেখিবলৈ পোৱা গৈছে। “কপল গ’লচ” হেছটেগ ব্যৱহাৰ কৰি যুঁটি সমূহৰ বিভিন্ন ফটো ভাইৰেল কৰে তেওঁলোকৰ অনুৰাগী সকলে। এনে যুঁটি সমূহৰ ভিতৰত উল্লেখনীয় এক যুঁটি হৈছে অসমীয়া সংগীত জগতৰ জনপ্ৰিয় তথা যুৱ প্ৰজন্নৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু তেওঁৰ গৰিমা শইকীয়া গাৰ্গৰ।

https://www.instagram.com/p/B8WHbyLB5_b/?utm_source=ig_web_copy_link
১৮ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন ভিডিঅ' শ্বেয়াৰ কৰিলে গৰিমা শইকীয়া গাৰ্গেঃ 2


কিছুদিন পূৰ্বে ১৮ বছৰীয়া বিবাহ বাৰ্ষিকী সম্পন্ন কৰা এই যুঁটিটোৰ অনুৰাগী যথেষ্ট। উক্ত দিনাখনৰে এক ভিডিঅ’ শ্বেয়াৰ কৰি পত্নী গৰিমা শইকীয়া গাৰ্গে আকৌ এবাৰ স্বামী জুবিন গাৰ্গক দিলে বিবাহ বাৰ্ষকীৰ শুভকামনা। “জুবিন গাৰ্গ আৰু তেওঁৰ আজৱ উপায়” বুলিও কেপছন যোগে লিখে গৰিমাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.