Rupaliparda.com
বলীউড খিলাড়ী অক্ষয় কুমাৰৰ সাহাৰ্য্যৰে কাজিৰঙাত হাইলেণ্ডঃ 1

বলীউড খিলাড়ী অক্ষয় কুমাৰৰ সাহাৰ্য্যৰে কাজিৰঙাত হাইলেণ্ডঃ

অসম তথা অসমবাসীক বিভিন্ন ধৰণেৰে সহায়-সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা এগৰাকী বলীউড অভিনেতা। বিভিন্ন সময়ত আৰ্থিক সহায় কৰা দেখিবলৈ পোৱা যায় বলীউডৰ খিলাড়ী অক্ষয় কুমাৰক। এনে পৰিপ্ৰক্ষিততে, বিগত বছৰত বানপানীৰ সময়ছোৱাত অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা ১ কোটি টকাৰে তাত নিৰ্মাণ কৰা হ’ব হাইলেণ্ড।

বলীউড খিলাড়ী অক্ষয় কুমাৰৰ সাহাৰ্য্যৰে কাজিৰঙাত হাইলেণ্ডঃ 2


বন্যপ্ৰাণীক আশ্ৰয়ৰ উদ্দেশ্যে নিৰ্মাণ হ’বলগীয়া হাইলেণ্ডটো উদ্যানখনৰ বান্দৰদুবি ৰেঞ্জত নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰিও, সেই ধনৰাশিৰে উদ্যানখনৰ কিছু উন্নয়ন মূল কামো কৰা হ’ব। ২০১৯ চনত এক টুইট যোগে অভিনেতা গৰাকীয়ে সাহাৰ্য্যৰ কথা উল্লেখ কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.