Rupaliparda.com
"অৰ্জুন ৰেড্ডী" ক নাম দিলে "এনাকোণ্ডা"- অনন্যাক সাৱতি ৰোষত বিজয়ঃ 1

“অৰ্জুন ৰেড্ডী” ক নাম দিলে “এনাকোণ্ডা”- অনন্যাক সাৱতি ৰোষত বিজয়ঃ

বিগত বহু সময়ৰ পৰা দক্ষিণৰ চুপাৰষ্টাৰ বিজয় ডেবেৰকোণ্ডা আৰু বলীউড অভিনেত্ৰী অনন্যা পাণ্ডেৰ যুঁটিটোৱে চৰ্চা লাভ কৰি আহিছিল। দুয়ো তাৰকা আছলতে তেওঁলোকৰ আগন্তুক ছবি “ফাইটাৰ” ৰ বাবে মুম্বাইত শ্বুটিং কৰি আছে। তেওঁলোকৰ শ্বুটিং মূহুৰ্তৰ কেইবাখনো ফটো ইতিমধ্যে চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছিল। এনেক্ষেত্ৰতে, তাৰকাদ্বয়ৰ ফেৰীত থকা সময়ছোৱাৰ আন এক ফটোৱে এতিয়া খলকনি লগাইছে চচিয়েল মিডিয়াত। ফেৰীত থকা অৱস্থাত বিজয়ে অনন্যাক সাৱটি ধৰে আৰু এনে অৱস্থাত অনন্যাৰ মুখত অপ্ৰস্তুতিৰ ভাৱ এটা ফুটি উঠা পৰিলক্ষিত হৈছিল।

"অৰ্জুন ৰেড্ডী" ক নাম দিলে "এনাকোণ্ডা"- অনন্যাক সাৱতি ৰোষত বিজয়ঃ 2


উক্ত ফটোখন পোষ্ট হোৱা পিছৰে পৰা ইনষ্টাগ্ৰাম ইউজাৰে ফটোখনত বিভিন্ন কমেন্ট দিয়াৰ লগতে বিজয়ক “এনাকোণ্ডা” বুলিও নাম দিয়া দেখিবলৈ পোৱা গ’ল। চাওঁক এই ফটোঃ

https://www.instagram.com/p/B9QypWiBh_n/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B9R3zfDltjZ/?utm_source=ig_web_copy_link


উল্লেখ্য যে, “ফাইটাৰ” ছবিখনৰ পৰিচালনা কৰিছে পুৰী জগন্নাথে। ৬ মাহলৈ মুম্বাইত শ্বুটিং হোৱা পিছত বিদেশতো ছবিখনৰ শ্বুটিং কৰা হ’ব। কৰণ জহৰ তথা অপূৰ্ব মেহতাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখন হিন্দী ভাষাৰ উপৰিও দক্ষিণৰ আনা ভাষাতো মুকলি কৰা হ’ব।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.