Rupaliparda.com
তাপসি পান্নুকে ধৰি হেমা মালিনীলৈ; সকলোৱে দিলে "নাৰী দিৱস" ৰ শুভকামনাঃ 1

তাপসি পান্নুকে ধৰি হেমা মালিনীলৈ; সকলোৱে দিলে “নাৰী দিৱস” ৰ শুভকামনাঃ

আজি অৰ্থাৎ ৮ মাৰ্চৰ দিনাখন সমগ্ৰ দেশত “আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস” পালন কৰা হয়। চচিয়েল মিডিয়াত সকলোৱে মহিলা সকলক “নাৰী দিৱস” ৰ শুভকামনা দিয়া দেখিবলৈ পোৱা যায়। এনে পৰিপ্ৰেক্ষিততেই বৰ্তমান চচিয়েল মিডিয়াত বলীউডৰ চিলেব্ৰেটী সমূহেও মহিলা সকলক বিভিন্ন প্ৰেৰণাদায়ক বাৰ্তাৰে “নাৰী দিৱস” ৰ শুভকামনা জনাইকছে। তাপসি পান্নুয়ে “থপ্পড়” ছবিখনৰ সকলো কলা-কুশলীৰ সৈতে থকা এখন ফটো শ্বেয়াৰ কৰি কয় যে, “আমাৰ তৰফৰ পৰা আপোনালোকলৈ “নাৰী দিৱস” ৰ শুভেচ্ছা। আপুনি সেই পৰিৱৰ্তনৰ পিনে খোজ দিয়ক; যি পৰিৱৰ্তন আপুনি বিচাৰে। আমি আমাৰ ফালৰ পৰা অকণমান কৰিছো”

তাপসি পান্নুকে ধৰি হেমা মালিনীলৈ; সকলোৱে দিলে "নাৰী দিৱস" ৰ শুভকামনাঃ 2
happy womens day image


ইয়াৰ লগতে কৰণ জোহৰ, কিয়াৰা আদৱানী, মালাইকা আৰোৰা, হেমা মালিনী, ইশা দেউল, শিল্পা ছেট্টীকে আদি কৰি কেইবাগৰাকীও তাৰকাই নাৰীক উদ্দেশ্যি বিভিন্ন বাৰ্তাৰে শুভেচ্ছা জ্ঞাপন কৰে। চাওঁক এই পোষ্ট সমূহঃ

https://www.instagram.com/p/B9dbignhazx/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.