Rupaliparda.com
বলীউডৰ সমান্তৰালকৈ জলীউড শিল্পীৰ ক'ৰ'ণা সজাগতাঃ 1

বলীউডৰ সমান্তৰালকৈ জলীউড শিল্পীৰ ক’ৰ’ণা সজাগতাঃ

বলীউড চিলেব্ৰেটীৰ সমান্তৰালকৈ এতিয়া জলীউড শিল্পীও ৰাইজক সজাগ হৈ থকাৰ পৰামৰ্শ দিছে। বিভিন্ন ফটো তথা ভিডিঅ’ আপোলোড কৰি জনসাধাৰণক “ক’ৰ’ণা ভাইৰাছ” ৰ প্ৰতি সচেতন হৈ থকাৰ উপৰিও কোনো ভুৱা তথ্য আনজনক দিবলৈ মানা কৰিছে অসমীয়া শিল্পী সকলে। বিগত দিনত বলীউউ তাৰকা দীপিকা পাডুকন তথা অনুষ্কা শৰ্মাই এক ভিডিঅ’ আপলোড কৰি ২০ চেকেণ্ডলৈ হাত কেনেকৈ ধুব লাগে তাক দেখুৱাইছিল। অসমত বৰ্তমানলৈ এগৰাকী ব্যক্তিয়ো ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই যদিও আগন্তুক সময়তো যাতে কোনো নহয় তাৰ বাবে সতৰ্ক থকাৰ আবেদন জনাইছে এতিয়া সকলোৱে অসমৰ শিল্পী সকলে।

বলীউডৰ সমান্তৰালকৈ জলীউড শিল্পীৰ ক'ৰ'ণা সজাগতাঃ 2


অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া, নিশিতা গোস্বামী তথা কন্ঠশিল্পী সুবাসনা দত্ত আৰু বৰ্ণালী কলিতাই বিভিন্ন পোষ্ট কৰি জনসাধাৰণক নিজ নিজ কথা ব্যক্ত কৰে। ইয়াৰ উপৰিও আইমী বৰুৱাও নিজ গৃহতে থাকি ঘৰুৱা খাদ্যৰ খুব মজা লোৱা দেখিবলৈ পোৱা গৈছে। আইমী নিজ সন্তানৰ সৈতে লগ হৈ ঘৰতে ৰোৱা কলডিল, গাজৰ, বন্ধাকবি আদি লৈ ঘৰুৱা খাদ্য খোৱাৰ লগতে নিজ মাতৃৰ হাতেৰে মূৰ মালিচ লোৱাও দেখিবলৈ পোৱা গৈছে। চাওঁক এই পোষ্ট সমূহঃ

https://www.instagram.com/p/B9_GtKNh7uj/?utm_source=ig_web_copy_link
View this post on Instagram

#covid19 #corona #coronaawareness

A post shared by Subasana Dutta (@subasanadutta) on

https://www.instagram.com/p/B98KkeDJVcA/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B9-1aWCJ5pQ/?utm_source=ig_web_copy_link
View this post on Instagram

Covid19.Stay safe at home. #covid19 #staysafe

A post shared by Dikshu Sarma (@dikshu_sarma) on

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform