Rupaliparda.com
দীপিকা-ৰণৱীৰ; অনুষ্কা-বিৰাটৰ সুন্দৰ "Quarantine"- 1

দীপিকা-ৰণৱীৰ; অনুষ্কা-বিৰাটৰ সুন্দৰ “Quarantine”-

বলীউডত এনে বহু বিবাহিত যুঁটি আছে যিসকলৰ “যুঁটি” ৰ অনুৰাগীয়ে হৈছে অত্যাধিক।তেওঁলোকে চচিয়েল মিডিয়াত ফটো অথবা ভিডিঅ’ আপলোড কৰা পিছতেই ই হৈ পৰে অইন সাধাৰণজনৰ বাবে “ক’পল গলচ”। এনে যুঁটি সমূহৰ ভিতৰত উল্লেখনীয় যুঁটি দুটা হৈছে দীপিকা পাডুকন-ৰণৱীৰ সিং লগতে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ। ২১ দিনীয়া এই “লক-ডাউন” ৰ সময়ছোৱাত সকলোবোৰ স্তদ্ধ হৈ যোৱাৰ ফলত বৰ্তমান প্ৰত্যেক চিলেব্ৰেটীয়ে কটাইছে নিজ “Quarantine” সময়। দীপিকাই কেতিয়াবা তেওঁৰ সৈতে ৰণৱীৰৰ ভিডিঅ’ ও ফটো আপলোড কৰাৰ পৰিৱৰ্তে অনুষ্কাই বিৰাটৰ চুলি কটা ভিডিঅ’ আপলোড কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

https://www.instagram.com/p/B-ea9EZDp3-/?utm_source=ig_web_copy_link


এই বন্ধৰ দিনকেইটিত যিজনে যেনেদৰে মনোৰঞ্জন কৰোৱাব পাৰে ঠিক তেনেদৰেই মন ভাল লগাইছে দৰ্শকৰ। ৰণৱীৰে নিজ পত্নী তথা অভিনেত্ৰী দীপিকাৰ সৈতে অতিবাহিত কৰা বিভিন্ন ফটোৱে স্পষ্ট কৰিছে যে তেওঁলোকে কিমান সুন্দৰকৈ এই সময়খিনি পাৰ কৰিছে। ইয়াৰ উপৰিও, “কভিড ১৯” ৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই খাতিৰত বিগত বহু দিনৰ পৰাই চেলুন বন্ধ কৰি ৰখা হৈছিল; ফলত বিৰাট কোহলীৰ ঘৰতেই চুলি কটাৰ ব্যৱস্থা কৰিছিল অভিনেত্ৰী অনুষ্কাই।

https://www.instagram.com/p/B-Q8gWZpYPw/?utm_source=ig_web_copy_link
View this post on Instagram

Every dark cloud had a silver lining. And this time, while it may seem like the worst time and in so many ways it actually is, has also forcefully made us all stop and deal with things we might have been running away from because either we were ‘busy’ or it was convenient to say we were 'busy'. If this time is respected for what it is, it will enable more light to shine through. This time has also made us all realise what's truly important. For me just having food, water and a roof over my head and the good health of my family seems MOST important. Everything else is a bonus that I bow my head in gratitude for. But, that which we call 'basic' is not so basic for everyone after looking at all the people who struggle for just those few things. My prayers with them and their families. May everyone be safe and secure. This time has surely made me more reflective. This need to stay at home with your loved ones has been forced upon the entire world but there is a deep lesson for us all. There is a lesson to strive for work and life balance ( I've valued and strived for this dearly for many years now ), there is a lesson to devote more time in things that actually matter. Today, when I'm surrounded by all the blessings in my life, I just want to tell everyone how much compassion I feel for everyone who I see suffer. I want to help as many possible in the best of my abilities. I feel pride in our resilience to be better human beings. I can instinctively feel this in and around me. We will all have our individual and subjective lessons from this time and hopefully, such lessons will continuously stay with us all.

A post shared by AnushkaSharma1588 (@anushkasharma) on


নিতৌ এওঁলোকৰ একোখন ফটোৱে তেওঁলোকৰ অনুৰাগীক সদায় আকৰ্ষণ কৰাৰ লগতে ফটো সমূহ ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform