Rupaliparda.com
অসমীয়া অন্যতম কন্ঠশিল্পী "পদ্মনাভ বৰদলৈ"- 1

অসমীয়া অন্যতম কন্ঠশিল্পী “পদ্মনাভ বৰদলৈ”-

অসমীয়া কন্ঠশিল্পী সমূহৰ ভিতৰত অসমীয়া অন্যতম শিল্পী এগৰাকী হৈছে পদ্মনাভ বৰদলৈ। ১৯৮৮ চনত জন্মগ্ৰহণ কৰা পদ্মনাভে কেৱল মাত্ৰ অসমীয়াই নহয়; তেওঁ কন্ঠদান কৰিছিল হিন্দী বাংলা তথা মাৰাঠী ভাষাৰ গীতটো। হিন্দুস্তানী ক্লাচিকেল ও পাশ্চাত্য সংগীতৰ প্ৰশিক্ষণ প্ৰাপ্ত পদ্মনাভ বৰদলৈ হৈছে প্ৰথম গৰাকী অসমীয়া; যিয়ে ৰাষ্ট্ৰীয় ক্ষেত্ৰত অনুষ্ঠিত ৰিয়েলিটী শ্ব’ “ইণ্ডিয়ান আইডল” ত ফাইনেলিষ্ট হোৱাৰ লগতে পিছলৈ জি.ভি “সা ৰে গা মা পা” ত অংশগ্ৰহণ কৰি তেওঁ সেই সংগীত ৰিয়েলিটী শ্ব’টোৰো ফাইনেলিষ্ট হৈ পৰে। পদ্মনাভ বৰদলৈ কন্ঠদান কৰা প্ৰথমটো হিন্দী গীত “তেৰী জ্যে বাতে হে” ৰ বাবে তেওঁ গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটাৰ “নন ফিল্ম” শাখাত মনোনয়ন লাভ কৰে।

অসমীয়া অন্যতম কন্ঠশিল্পী "পদ্মনাভ বৰদলৈ"- 2


পদ্মনাভ বৰদলৈৰ প্ৰথম একক এলবাম হৈছে “ধ্বনি”; ইয়াৰ পিছতেই তেওঁ এজন গীতিকাৰ আৰু সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। “ৰাস্তে”(আলিবাট) হৈছে পদ্মনাভৰ দ্বি-ভািষিক এলবাম। পদ্মনাভে কন্ঠদান কৰা কেইটিমান গীত শুনোচোন আহকঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform