Rupaliparda.com
আজিও জনপ্ৰিয় গীতিকাৰ য়গেশ গৌড়ৰ গীতঃ শুনোচোন আহক ৫ টা তেওঁৰ গীত- 1

আজিও জনপ্ৰিয় গীতিকাৰ য়গেশ গৌড়ৰ গীতঃ শুনোচোন আহক ৫ টা তেওঁৰ গীত-

বিগত কিছু সময়ৰ পৰা বলীউডে কেইবাগৰাকীও গণ্য-মান্য শিল্পীক হেৰুৱাইছে। আকৌ এবাৰ এটা বেয়া খবৰে শোকস্তদ্ধ কৰি তুলিছে অভিনয় ক্ষেত্ৰৰ প্ৰত্যেক গৰাকী শিল্পী-কলা কুশলীক। গীতিকাৰ য়গেশ গৌড়ে নিজ ৭৭ বছৰ বসয়ত যোৱাকালি অৰ্থাৎ শুক্ৰবাৰে ইহলীলা সম্বৰণ কৰে। তেওঁ মৃত্যত দুখ প্ৰকাশ কৰে কোকিলকন্ঠী গায়িকা লতা মংগেশকাৰেও। ১৯৪৩ চনৰ ১৯ মাৰ্চত জন্মগ্ৰহণ কৰা য়গেশে ৬০-৭০ দশকৰ সময়ছোৱাত কেইবাটাও হৃদয়স্পৰ্শী গীতৰ উপহাৰ দিছে দৰ্শক ও শ্ৰোতাক; যি সমূহে বৰ্তমানেও জনসাধাৰণৰ বুকুত ঠাই বনাবলৈ সক্ষম হৈছে। “আনন্দ” ছবিখনৰ গীত “জিন্দেগী কেসি হে পহেলি” লগতে “কহি দূৰ জব দিন ধল যায়” ইত্যাদি গীত বৰ্তমানেও জনপ্ৰিয়। য়গেশৰ জীৱনৰ শেষৰখন ডাঙৰ ছবি আছিল “বেৱফা চনম।”

আজিও জনপ্ৰিয় গীতিকাৰ য়গেশ গৌড়ৰ গীতঃ শুনোচোন আহক ৫ টা তেওঁৰ গীত- 2


কন্ঠশিল্পী গৰাকীৰ মৃত্যুত ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো একাজঁলি শ্ৰদ্ধাঞ্জলি। লগতে, তেওঁৰ দ্বাৰা ৰচা গীতসমূহ পুনৰ বাৰ উপভোগ কৰো আহক চোনঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform