Rupaliparda.com
কিয় ছলমান খানে সফল চাৰি ছবিৰ গ্ৰহণ কৰা নাছিল অফাৰ??- 1

কিয় ছলমান খানে সফল চাৰি ছবিৰ গ্ৰহণ কৰা নাছিল অফাৰ??-

কেইবাখনো সফল ছবি লগতে অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনৰ ভাতৃৰ চৰিত্ৰ ৰূপায়ন কৰিব লাগিব বাবেই ছলমান খানে এৰিছিল নিজ অভিনয় জীৱনৰ লেখত ল’বলগীয়া ছবি। ছলমানে যিকেইখন ছবি এৰিছিল সেইকেইখন পিছলৈ গৈ বহুল আকাৰত দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এই ছবিকেইখন আছিল ক্ৰমেঃ

কিয় ছলমান খানে সফল চাৰি ছবিৰ গ্ৰহণ কৰা নাছিল অফাৰ??- 2

বাজীগৰ(১৯৯৩)ঃ ছবি পৰিচালক অব্বাস মস্তানে এই ছবিখনৰ অফাৰ পোন প্ৰথমবাৰৰ বাবে দিছিল ছলমান খানকেই কিন্তু ছলমানে ঋণাত্মক চৰিত্ৰ ৰূপায়ন কৰিব লাগিব বুলিয়েই এই ছবিখন হয়টো গ্ৰহণ নকৰিলে। কিন্তু পিছলৈ ছবিখন শ্বাহৰুখ খানে গ্ৰহণ কৰে আৰু চুপাৰষ্টাৰ হ’বলৈ এয়া তেওঁৰ প্ৰথমটো খোজ আছিল।

জৌশ(২০০০)ঃ মংসুৰ খানে ছবিখনৰ অফাৰ ছলমান খানক দিছিল যদিও ছবিখনৰ বাবে অভিনেতা গৰাকীয়ে তাৰিখ দিব পৰা নাছিল। কিন্তু সেইটো সময়ত চৰ্চা হৈছিল যে ছলমানে ঐশ্বৰ্য্যৰ ভাতৃৰ চৰিত্ৰ ৰূপায়ন কৰিব লাগে বাবেই হয়টো তেওঁ এই ছবিখন নকৰিলে।

কল হৌ না হোঃ ছবিখনৰ এই চৰিত্ৰটো ৰূপায়ন কৰিছিল ছেইফ আলি খানে। কিন্তু প্ৰথমবাৰ চৰিত্ৰটো ছলমানক দিয়াত যেতিয়াই ছলমানে গম পালে যে তেওঁৰ এই চৰিত্ৰটো শ্বাহৰুখ খানতকৈ অধিক গ্ৰহণযোগ্য প্ৰচাৰ নহ’ব তেতিয়া তেওঁ এই ছবিখন গ্ৰহণ নকৰিলে।

চক দে ইণ্ডিয়াঃ হকী প্ৰশিক্ষক কবীৰ খানৰ চৰিত্ৰও গ্ৰহণ নকৰিলে অভিনেতা ছলমান খানে। শ্বাহৰুখ খানৰ সফল ছবি সমূহৰ ভিতৰত এই খনো এখন বুলি ক’ব পৰা যায়।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform