Rupaliparda.com
জুবিনৰ সাহস; জুবিনৰ প্ৰেম; জুবিনৰ অৰ্ধাংগিনী গৰিমা গাৰ্গৰ জন্মদিনঃ 1

জুবিনৰ সাহস; জুবিনৰ প্ৰেম; জুবিনৰ অৰ্ধাংগিনী গৰিমা গাৰ্গৰ জন্মদিনঃ

২০০২ চনত সহধৰ্মিনী ৰূপে জুবিন গাৰ্গৰ জীৱনলৈ অহা নাৰী গৰাকীয়ে জুবিনক তেওঁৰ জীৱনৰ লগতে কেৰিয়াৰৰ ক্ষেত্ৰতো ইমানেই বেছি চম্ভালিছে যে তেওঁলোক দুয়োকে বৰ্তমানেও প্ৰত্যেকটো অনুষ্ঠান অথবা ফাঞ্চনত একেলগেই দেখিবলৈ পোৱা যায়। এগৰাকী অৰ্ধাংগিনীৰ সমস্ত দায়িত্ব পালন কৰা জুবিনৰ পত্নী তথা এগৰাকী ফেশ্বন ডিজাইনাৰ লগতে প্ৰযোজক গৰিমা শইকীয়া গাৰ্গক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।কাঞ্চনজংঘা, মিছন চাইনা, গানে কি আনে আদি ছবি প্ৰযোজনাৰ লগতে তাত কষ্টিউম ডিজাইন কৰিছিল গৰিমাই। গৰিমা-জুবিনৰ এই সম্পৰ্কটোক বহুতো অনুৰাগীয়ে অনুসৰণ কৰা দেখিবলৈ পোৱা যায়।

সেইবাবেই হয়টো তেওঁলোকৰ ফটো আপলোড হোৱাৰ ক্ষন্তেক পিছতেই চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। গৰিমা গাৰ্গ আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ চাওঁচোন আহক কেইখনমান ফটোঃ

জুবিনৰ সাহস; জুবিনৰ প্ৰেম; জুবিনৰ অৰ্ধাংগিনী গৰিমা গাৰ্গৰ জন্মদিনঃ 2
জুবিনৰ সাহস; জুবিনৰ প্ৰেম; জুবিনৰ অৰ্ধাংগিনী গৰিমা গাৰ্গৰ জন্মদিনঃ 3
জুবিনৰ সাহস; জুবিনৰ প্ৰেম; জুবিনৰ অৰ্ধাংগিনী গৰিমা গাৰ্গৰ জন্মদিনঃ 4
জুবিনৰ সাহস; জুবিনৰ প্ৰেম; জুবিনৰ অৰ্ধাংগিনী গৰিমা গাৰ্গৰ জন্মদিনঃ 5

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.