Rupaliparda.com
Love Triangle

বলীউডত ন-“লাভ ত্ৰাইংগেল”-

অলপতে “কেদাৰনাথ” চিনেমাৰ পৰা নিজৰ কেৰিয়াৰত গিয়াৰ লগোৱা সাৰা আলি খানে “কফি উইথ কৰণ” ত কাৰ্তিক আৰিয়নৰ প্ৰতি থকা ক্ৰাচ সম্পৰ্কে ব্যক্ত কৰাৰ পিছতেই দুয়োকে একেলগে বহু ঠাইত কেমেৰাই বন্দী কৰে। ইয়াৰ পোনে পোনে জুন মাহত মুক্তিপ্ৰাপ্ত চিনেমা “ষ্টুডেণ্ট অৱ দা ইয়াৰ-২” ত অভিনীত ন-অভিনেত্ৰী অনন্যা পাণ্ডেও নিজ ক্ৰাছ কাৰ্তিক বুলিয়েই বহুতো ইন্টাৰভিউত প্ৰকাশ কৰে। বলীউডত “লাভ ত্ৰাইংগেল” ৰ কনচেপ্ট নতুন নহয় যদিও বৰ্তমান এই সাৰা-কাৰ্তিক-অনন্যা “লাভ ত্ৰাইংগেলে” দৰ্শকৰ অত্যাধিক চৰ্চা লাভ কৰিছে। আহিবলগীয়া সময়ত “পতি-পত্নী-ৱহ” চিনেমাখনত দেখা পোৱা যাব কাৰ্তিক আৰু অনন্যাৰ যুগলবন্দী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform