Rupaliparda.com
মিউজিকেল লভ-ষ্টৰী "তুমি আহিবানে?"- 1

মিউজিকেল লভ-ষ্টৰী “তুমি আহিবানে?”-

প্ৰেৰণা বৰবৰুৱাৰ দ্বাৰা পৰিচালিত আৰু অসম ৰাজ্যিক চলচিত্ৰ নিগম (বিত্ত ও বিকাশ) ৰ দ্বাৰা প্ৰযোজিত ছবি “তুমি আহিবানে??”। ২০১৭ চনত মুক্তি লাভ কৰা ১১৩ মিনিটৰ এই ছবিখন প্ৰেৰণা ক্ৰিয়েচনচ নামে বেনাৰত নিৰ্মাণ কৰা হৈছিল।

মিউজিকেল লভ-ষ্টৰী "তুমি আহিবানে?"- 2
মিউজিকেল লভ-ষ্টৰী "তুমি আহিবানে?"- 3


“মিউজিকেল লভ ষ্টৰী” হিচাপে বিবেচিত এই চিনেমাখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মা আৰু বৰষা ৰাণী বিষয়াই। চিনেমাখনত ৰবি শৰ্মাই সংগীত পৰিচালক এগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছে; যিয়ে পিছলৈ গাঁৱলৈ আহি তেওঁৰ বাল্যকালৰ বান্ধৱীৰ প্ৰেমত পৰে। ৰবি শৰ্মা, বৰষাৰাণীৰ লগতে ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ, মুনমী ফুকন, নিপন গোস্বামী, অৰুণ নাথকে কেইবাগৰাকীয়ো ন-পুৰণি শিল্পীয়ে।

মিউজিকেল লভ-ষ্টৰী "তুমি আহিবানে?"- 4


ছবিখনৰ সংগীত পৰিচালনা তৰালী শৰ্মাৰ আৰু গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, তৰালী শৰ্মা আৰু অখুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform