আকৌ এবাৰ ডবংগ ৰূপত আহি আছে ৰাণী মূখাৰ্জী। ২০১৪ চনত মুক্তিপ্ৰাপ্ত “মৰ্দানী” ৰ চিকুৱেল ছবি “মৰ্দানী-২” ত দৰ্শকে পুনৰবাৰ দেখিবলৈ পাব অভিনেত্ৰী ৰাণী মূখাৰ্জীক। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক মুক্তি পাইছে; য’ত ৰাণী মূখাৰ্জীক এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে।


গোপী পুথৰণৰ পৰিচালনা তথা আদিত্য চোপ্ৰাৰ প্ৰযোজনাৰ উক্ত ছবিখন চলিত বৰ্ষৰ ১৩ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব। চাওঁচোন আহক ছবিখনৰ তেওঁৰ প্ৰথমটো দমদাৰ লুক-

Add comment