Rupaliparda.com

“ভূল-ভূলেইয়া-২” ত অক্ষয়ৰ পৰিৱৰ্তে কোন?? মুক্তি পালে ফাৰ্ষ্ট লুকঃ

২০০৭ চনত মুক্তিপ্ৰাপ্ত ছবি “ভূল ভূলেইয়া” এখন মালায়ালম ছবিৰ ৰিমেক আছিল। অক্ষয়-বিদ্যা অভিনীত এই ছবিখন সেইটো সময়ৰ এখন ছুপাৰহিট ছবি ৰূপে পৰিগণিত হৈছিল। দৰ্শক বহু দিনৰ পৰাই উক্ত ছবিখনৰ দ্বিতীয়টো সংস্কৰণৰ বাবে অপেক্ষা কৰি ৰৈছিল।

"ভূল-ভূলেইয়া-২" ত অক্ষয়ৰ পৰিৱৰ্তে কোন?? মুক্তি পালে ফাৰ্ষ্ট লুকঃ 1


পিছে, এতিয়া দেখিছো অপেক্ষাৰ অন্ত পৰিল। মুক্তি পাব “ভূল ভূলেইয়া” ৰ দ্বিতীয়টো সংস্কৰণ। ইতিমধ্যে ছবিখনৰ প্ৰথমখন পষ্টাৰে মুক্তি লাভ কৰিছে। বাৰু, এতিয়া প্ৰশ্ন হয়; অক্ষয় কুমাৰৰ পৰিৱৰ্তে ছবিখনত থাকিব কোন??

"ভূল-ভূলেইয়া-২" ত অক্ষয়ৰ পৰিৱৰ্তে কোন?? মুক্তি পালে ফাৰ্ষ্ট লুকঃ 2
https://www.instagram.com/p/B1VIE0TpdKn/?utm_source=ig_web_copy_link


অক্ষয় কুমাৰৰ পৰিৱৰ্তে দ্বিতীয় সংস্কৰণটোত থাকিব কাৰ্তিক আৰিয়ন। ছবিখনৰ মুক্তিপ্ৰাপ্ত পষ্টাৰত কাৰ্তিকৰ ফাৰ্ষ্ট লুকটোৱে এতিয়া দৰ্শকৰ মাজত উৎকণ্ঠাৰ সৃষ্টি কৰিছে উল্লেখ্য যে, অনীস বজমীৰ পৰিচালনা তথা ভূষণ কুমাৰ আৰু মুৰাড খেতানীৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ পষ্টাৰখনত লিখিত ৰূপত আছে “১৩ চাল বাদ… দা হান্টিংগ কমেডী ৰিৰ্টন্স”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.