Rupaliparda.com

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিঃ

১৯৫৯ চনত মুক্তিপ্ৰাপ্ত “পুবেৰুণ” হৈছে প্ৰথম খন অসমীয়া ছবি; য’ত বিদেশী শিল্পীয়ে অভিনয় কৰে। প্ৰভাত মূখাৰ্জীৰ দ্বাৰা পৰিচালিত তথা কে.চি ৰয় আৰু পাজি দাসৰ দ্বাৰা প্ৰযোজিত এই ছবিখন মাতৃ-পুত্ৰৰ সম্পৰ্কৰ কিছু ঘাত-প্ৰতিঘাতৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিঃ 1


উল্লেখ্য যে, “পুবেৰুণ” হৈছে প্ৰথম খন অসমীয়া ছবি; যাক বাৰ্লিনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত কৰা হয়। ইয়াৰ উপৰিও উক্ত ছবিখনে সপ্তম ৰাষ্ট্ৰীয় ছবিত “প্ৰেছিডেন্স চিলভাৰ মেডেল ফ’ৰ বেষ্ট ফিছাৰ ফিল্ম” ৰ বঁটা লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবিঃ 2


ছবিখনত অভিনয় কৰে জ্ঞানন্দা বৰুৱা, ৰাধা গোৱিন্দ বৰুৱা, গ্ল’ৰিয়া, বীণা বৰুৱা, মাৰ্গাৰেট এণ্ডাৰছন, ৰেবেকা আচাও, তচদ্দুক ইউচুফ, পাজী দাস, চঞ্চল দাস, ডাঃ খগেন ৰায়, গৌতম বৰুৱা আৰু বেবী ৰুমাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.