Rupaliparda.com

বিবাহ পাশত আবদ্ধ হ’ল জনপ্ৰিয় হলীউড অভিনেতা ডোৱেনঃ

বিবাহ পাশত আবদ্ধ হলীউডৰ এগৰাকী জনপ্ৰিয় অভিনতা ডোৱেন জনচন ওৰফে “ডা ৰক্”। গাৰ্লফেণ্ড লওঁৰেন হসিনৰ সৈতে বিবাহ পাশত আবদ্ধ ডা ৰক্। ইনষ্টাগ্ৰাম একাউন্টত নিজৰ জীৱন সংগীনিৰ সৈতে আপলোড কৰা অভিনেতা গৰাকীৰ কেইখনমান ফটো এতিয়া চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

https://www.instagram.com/p/B1V5m7WFfUy/?utm_source=ig_web_copy_link


৪৭ বছৰীয়া এইগৰাকী অভিনেতাই ২০০৮ চনৰ পৰাই লওঁৰেনক “ডেট” কৰি আছিল। ২০০৬ চনত WWE ৰ পৰা অৱসৰ লয় তেওঁৰ প্ৰথমখন ছবি “ডা গেম প্লেন” ৰ শ্বুটিং কৰি আছিল আৰু সেই সময়ছোৱাতে তেওঁ লওঁৰেনক লগ পাইছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform