Rupaliparda.com

“এক্টৰ অৱ দা ইয়েৰ” ৰ মুকুট আয়ূসমান খুৰানাৰ শিঁৰতঃ

আয়ূসমান খুৰানা হৈছে বলীউডৰ এনে এগৰাকী অভিনেতা যিয়ে চলচিত্ৰ জগতলৈ অহা পিছৰ পৰাই এক ব্যতিক্ৰমী চৰিত্ৰ অথবা একাঘেয়ামিতাৰ পৰা আঁতৰি কৰা ছবি দৰ্শকক দিছে। প্ৰত্যেকখন চিনেমাত তেওঁ কৰা অভিনয়ে দৰ্শকক তেওঁৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। তেনে এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছিল “অন্ধাধুন” ছবিখনত। যাৰ ফলত, আয়ূসমান খুৰানাই নেশ্বনেল এৱাৰ্ডত “বেষ্ট এক্টৰ” ৰ বঁটা লাভ কৰে।

"এক্টৰ অৱ দা ইয়েৰ" ৰ মুকুট আয়ূসমান খুৰানাৰ শিঁৰতঃ 1
"এক্টৰ অৱ দা ইয়েৰ" ৰ মুকুট আয়ূসমান খুৰানাৰ শিঁৰতঃ 2


ইয়াৰ লগতে, কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “আৰ্টিকেল ১৫” ত আয়ূসমানৰ অভিনয় তথা চিনেমাখনৰ কাহিনী/সংলাপে দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। যাৰ ফলত অভিনেতাগৰাকীক “টাইমচ পায়াৰ মেন” শীৰ্ষক এক অনুষ্ঠানত “এক্টৰ অৱ দা ইয়েৰ” ৰ বঁটা প্ৰদান কৰা হয়।

"এক্টৰ অৱ দা ইয়েৰ" ৰ মুকুট আয়ূসমান খুৰানাৰ শিঁৰতঃ 3
Ayushmann Khurana


এৱাৰ্ড ফাঞ্চনটোৰ কিছু ফটো অভিনেতা গৰাকীয়ে আপলোড কৰি এক টুইট কৰে আৰু দৰ্শকৰ আগত নিজৰ সুখ ব্যক্ত কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.