Rupaliparda.com

বিজয় বৰ্মা প্ৰৱেশ কৰিব লোহা সিং বেশেৰেঃ

৯০ দশকৰ কলেজীয়া জীৱনত সংঘটিত হোৱা ৰাজনৈতিক ভেঁটিটোক লৈ নিৰ্মাণ কৰা হ’ব ছবি। “হুৰডংগ” শীৰ্ষক ছবিখনত ৯০ দশকৰে এগৰাকী কলেজীয়া ছাত্ৰৰ ৰূপত দেখিবলৈ পোৱা যাব “গলী বয়” ৰ অভিনেতা বিজয় বৰ্মাক। ছাত্ৰৰ এই চৰিত্ৰটোৰ বাবে অভিনেতা গৰাকীয়ে কৰিবলগীয়া হৈছিল কেইবাটাও লুক টেষ্ট।

বিজয় বৰ্মা প্ৰৱেশ কৰিব লোহা সিং বেশেৰেঃ 1
বিজয় বৰ্মা প্ৰৱেশ কৰিব লোহা সিং বেশেৰেঃ 2


ছবিখনক লৈ বিজয় বৰ্মাই কয় যে এই ছবিখনত তেওঁ নিজক লোহা সিং ৰ চৰিত্ৰটোৰ সৈতে খাপ খুৱাব বিচাৰিছে। লগতে চৰিত্ৰটোৰ বিশেষত্ব ক্ৰমে শক্তি আৰু নেতৃত্ববোধ-এই দুয়োটা বস্তুয়েই তেওঁ নিজৰ ষ্টাইলিং ত বিচাৰিছে বুলি মত প্ৰকাশ কৰে।

Add comment

Leave a Reply

Most popular