Rupaliparda.com

কোন হ’ব বিকি কৌশলৰ প্ৰেয়সীঃ ক’ত কৰিব “ডেট”-

বিকি কৌশল বলীউডৰ এনে এজন অভিনেতা যাৰ চৰ্চা সাধাৰণজনৰ পৰা আদি কৰি তাৰকা সকলৰ মাজতো চলে। তেনেক্ষেত্ৰত সকলোৱে জানিব বিচাৰিব যে এই অভিনেতা গৰাকীৰ প্ৰেয়সী কোন অথবা তেওঁৰ “ডেট প্লেন” কি?? সপোনৰ কোঁৱৰ গৰাকীৰ লগত ছোৱালীয়ে সহজে বিকি কৌশলক তুলনা কৰি ল’ব পাৰে।

কোন হ'ব বিকি কৌশলৰ প্ৰেয়সীঃ ক'ত কৰিব "ডেট"- 1
কোন হ'ব বিকি কৌশলৰ প্ৰেয়সীঃ ক'ত কৰিব "ডেট"- 2


এতিয়া আহক আমি জানো সুন্দৰ সুঠাম দেহৰ গৰাকী এই জনপ্ৰিয় অভিনেতা গৰাকীৰনো ডেট প্লেন কি? অলপতে হৈ যোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, আকাশৰ তলত মম জ্বলাই “ডেট” কৰাৰ কথা ভাবে অভিনেতা গৰাকীয়ে; য’ত বিকি-তেওঁৰ প্ৰেয়সী আৰু লগত বহুত পিজ্জা থাকিব। কিন্তু, তেওঁলোকৰ মাজত ফোন নাথাকিব।

কোন হ'ব বিকি কৌশলৰ প্ৰেয়সীঃ ক'ত কৰিব "ডেট"- 3
কোন হ'ব বিকি কৌশলৰ প্ৰেয়সীঃ ক'ত কৰিব "ডেট"- 4


এতিয়া, এনে “ডেট” ৰ বাবে বিকিৰ প্ৰেয়সী কোন হ’ব সেয়া আগন্তক সময়তহে বোধগম্য হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.