Rupaliparda.com

এগৰাকী দৌৰবিদৰ ৰূপত তাপসিঃ

এগৰাকী খেলুৱৈৰ ৰূপত পুনৰবাৰ দেখিবলৈ পোৱা যাব তাপসি পান্নুক। “বেবী”, “নাম শবানা” আৰু “সুৰমা” আদি ছবিত প্ৰথমেই এগৰাকী খেলুৱৈ ৰূপত দেখিবলৈ পোৱা এই অভিনেত্ৰী গৰাকীক এইবাৰ আকৌ দেখিবলৈ পোৱা যাব এগৰাকী দৌৰবিদৰ ৰূপত। গুজৰাটস্থিত “ফাষ্ট ৰানাৰ” খ্যাত ৰশ্মি ৰকেটৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন।

https://www.instagram.com/p/B1vOot_Jovm/?utm_source=ig_web_copy_link
এগৰাকী দৌৰবিদৰ ৰূপত তাপসিঃ 1
এগৰাকী দৌৰবিদৰ ৰূপত তাপসিঃ 2


নিজ ইনষ্টাগ্ৰাম একাউন্টত বিভিন্ন পোষ্টৰ জৰিয়তে দৰ্শকৰ মাজত উৎস্যুকতা জন্মাই ৰাখিছিল তাপসি পান্নুই। অৱশেষত ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰে লাভ কৰিলে মুক্তি। ছবিখনৰ পৰিচালনা আকাশ খুৰানাৰ লগতে প্ৰযোজনা ৰণি স্ক্ৰীওৱালা, নেহা আনন্দ আৰু প্ৰাঞ্জল খন্ধদিয়াৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.