Rupaliparda.com

ভুল বুজাবজিৰে সম্পৰ্কত লগা “গ্ৰহণ”-

২০১৪ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে “গ্ৰহণ”। তিলক শৰ্মাৰ পৰিচালনাৰে তথা এম চৌধুৰীৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কাহিনী ভাগ হৈছে ৰোমান্টিক। সন্দেহে অথবা ভুল বুজাবুজিয়ে কেনেদৰে একোটা সুন্দৰ সম্পৰ্ক নষ্ট কৰিব পাৰে তাকেই দেখুৱাই হৈছে উক্ত ছবিখনত।

ভুল বুজাবজিৰে সম্পৰ্কত লগা "গ্ৰহণ"- 1


ছবিখনত অভিনয় কৰিছে দিগন্ত হাজৰিকা, ফাৰহিন চৌধুৰী, বাবি বৰুৱা, পংকজ পূজাৰী, প্ৰিয়ংকা কাকতি, নীল দাস আৰু পাৰবিন চুলতানাই। লিজা পেগুৰ চিত্ৰনাট্য ও সংলাপ থকা ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰিদিপ দাসে।

Add comment

Leave a Reply