“চাহো” মুক্তি পোৱাৰ পিছৰে পৰা ছবিখনক তুলনা কৰা হৈছে প্ৰভাসৰ পূৰ্বৰ ছবি “বাহুৱলী” ৰ সৈতে। দুয়োখন ছবিৰ তুলনা কৰি একাংশই চচিয়েল মিডিয়াত জন্ম দিছে কিছু “মিমচ” ৰ। ট্ৰেইলাৰ,পোষ্টাৰ আদিয়ে উৎস্যুকতা বঢ়াই থকা পিছতে ছবিখনে এতিয়া নিৰাশ কৰিছে ছাগে দৰ্শকক।

তথাপিও আপুনি যদি চাব বিচাৰিছে “চাহো”; তেন্তে প্ৰথমতে চাওঁক এই “মিমচ”-
Add comment