Rupaliparda.com

স্কুলত মাছুল দিব নোৱাৰাত শিক্ষকে আদায় কৰিছিল মাছুলঃ এতিয়া লাভ কৰে ৭-৮ কোটি-

বলীউডৰ ৰাজকুমাৰৰ আজি জন্মদিন। সাধাৰণ শ্ৰেণীৰ পৰিয়ালৰ পৰা উঠি অহা এই অভিনেতাগৰাকীয়ে স্কুলৰ দিনত নিজৰ মাছুল দিব নোৱাৰাত তেওঁৰ এজন শিক্ষকে দুবছৰ ধৰি তেওঁৰ মাছুল আদায় কৰি আহিছিল। বহু কষ্টৰ পিছত তেওঁ “লৱ চেক্স ঔৰ ধৌকা” ছবিখনত কাম কৰিবলৈ সুবিধা পাইছিল যদিও ছবিখনে বক্স অফিচত লাভ উঠাব পৰা নাছিল। “কাই পোছে” ছবিখনৰ পৰা বলীউডত নিজৰ খুঁটি মজবুত কৰা ৰাজকুমাৰ ৰাওঁয়ে বৰ্তমান একোখন ছবিৰ বাবদ লাভ কৰে ৭ ৰ পৰা ৮ কোটিকৈ টকা।

স্কুলত মাছুল দিব নোৱাৰাত শিক্ষকে আদায় কৰিছিল মাছুলঃ এতিয়া লাভ কৰে ৭-৮ কোটি- 1
স্কুলত মাছুল দিব নোৱাৰাত শিক্ষকে আদায় কৰিছিল মাছুলঃ এতিয়া লাভ কৰে ৭-৮ কোটি- 2


তেওঁৰ জন্মদিনত বলীউডৰ তাৰকা সমূহে কেনেকৈনো শুভকামনা জনালে চাওঁচোন আহক-

https://twitter.com/ayushmannk/status/1167677040285376512
https://www.instagram.com/p/B10gXNKAgKC/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.