Rupaliparda.com
সমুখলৈ আহিল "দোস্তানা ২" ৰ চুইটেবল বয়- 1

সমুখলৈ আহিল “দোস্তানা ২” ৰ চুইটেবল বয়-

“দোস্তানা ২” ত কোন হ’ব আৰু এখন নতুন মুখ?? বহুত দিনৰ পৰাই এই প্ৰশ্নৰ উত্তৰ দিয়া নাছিল কৰণ জহৰে। কিন্তু, এতিয়া কাৰ্তিক আৰিয়ন তথা জান্হৱী কাপুৰৰ সৈতে আহিবলগীয়া নতুন মুখ খনক দৰ্শকৰ মাজত উলিয়াই দিলে প্ৰযোজক গৰাকীয়ে। অভিনেতা গৰাকীৰ নাম হৈছে “লক্ষ্য”।

সমুখলৈ আহিল "দোস্তানা ২" ৰ চুইটেবল বয়- 2


কৰণ জহৰে “দোস্তানা ২” ত অভিনয় কৰিবলগীয়া “চুইটেবল বয়” ৰ এখন ফটো আপলোড কৰি দৰ্শকক আশীৰ্বাদ কৰিবলৈও অনুৰোধ জনায়। উল্লেখ্য যে, লক্ষ্যৰ এইখনেই প্ৰথম ডেবিউ ছবি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform