Rupaliparda.com
অনন্যাৰ "নেইন'ৱালেনে"- 1

অনন্যাৰ “নেইন’ৱালেনে”-

জুবিনৰ কন্ঠত “মৰিলং মৰিলং” গীতটি ছাগে আপোনাৰ মনত আছে। জুবিন গাৰ্গৰ সৈতে অভিনীত অভিনেত্ৰী গৰাকীও জনপ্ৰিয় হৈ পৰিছিল উক্ত বিহু মিউজিক ভিডি’টিৰ পৰাই। অভিনেত্ৰী গৰাকীৰ নাম হৈছে অনন্যা কাশ্যপ। বোকাখাতৰ পৰা আহি গুৱাহাটীত থিতাপি লোৱা এই অভিনেত্ৰী গৰাকীয়ে কেৱল মাত্ৰ “মৰিলং মৰিলং”-এ নহয়; তেওঁ অসমীয়া কেইবাটাও ভিডিঅ” গীত তথা ছবি লগতে ছিৰিয়েলতো অভিনয় কৰিছে।

অনন্যাৰ "নেইন'ৱালেনে"- 2
অনন্যাৰ "নেইন'ৱালেনে"- 3
অনন্যাৰ "নেইন'ৱালেনে"- 4


তেওঁ কোনো আনুষ্ঠানিকভাৱে নৃত্যৰ শিক্ষা গ্ৰহণ নকৰিলেও অনন্যাই নিজেই কৰিঅ’গ্ৰাফ কৰিছে এটা নৃত্য। নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰি তেওঁ সেই নৃত্যটিক লৈ বুটলিছে দৰ্শকৰ সঁহাৰি। চাওঁচোন আহক তেওঁৰ ভিডিঅ’টি-

Add comment

Leave a Reply