Rupaliparda.com

“কাঞ্চনজংঘা” চাই হাঁহিমুখে ওলালে দৰ্শকঃ

“জুবিন বুলি ক’লে নালাগে আৰু একো”- জুবিন গাৰ্গৰ অনুৰাগী। “জুবিন মানে এটা বেণ্ড”, “জয় জুবিন দা” বুলি কৈয়ে ছবিগৃহৰ ভিতৰ সোমালে অনুৰাগী। “কাঞ্চনজংঘা” চাবলৈ নৌপাওঁতেই ছবিখনক লৈ উৎসাহিত সকলো পৰ্যায়ৰ দৰ্শকে। আশা কৰা মতেই ফল পাব বুলি মন্তব্য কৰি “কাঞ্চনজংঘা” চাবলৈ প্ৰস্তুত হৈ পৰিল অনুৰাগী।

“জুবিন” বুলি ক’লেই উৎসাহিত হৈ পৰে অসমবাসী। এনেক্ষেত্ৰত ছবিগৃহত জুবিনৰ ছবি “কাঞ্চনজংঘা” চাবলৈ অনুৰাগীয়ে কৰিলে ভিৰ। প্ৰথমটো দিনৰ প্ৰথমটো দৰ্শনী চাই অনুৰাগী সকলেনো কি মন্তব্য দিলে চাওঁচোন আহক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform