Rupaliparda.com
ৰাজস্থানত উপস্থিত দীক্ষুঃ 1

ৰাজস্থানত উপস্থিত দীক্ষুঃ

অসম চলচিত্ৰ জগতৰ আগশাৰীৰ গায়ক দীক্ষু বৰ্তমান ব্যস্ত নিজৰ আহিবলগীয়া মিউজিক ভিডিঅ’ “পাৰিজাত” ৰ শ্বুটিঙত। ৰাজস্থানত ইতিমধ্যে উপস্থিত হৈছে দীক্ষুৰ “পাৰিজাত” ৰ সমূহ শিল্পী। এটি ইনষ্টাগ্ৰাম পোষ্টেৰে এই কথা জনায় গায়ক গৰাকীয়ে।

View this post on Instagram

On the way to Rajasthan to shoot #parijaat #parijat

A post shared by Dikshu Sarma (@dikshu_sarma) on


ৰাজস্থানত ১৫ দিনৰ বাবে শ্বুটিং কৰা হ’ব উক্ত গীতটিৰ। দীক্ষুৰ লগতে চুমি বৰা নামে নতুন অভিনেত্ৰী এগৰাকীক দেখিবলৈ পোৱা গীতটোত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform